menu-iconlogo
huatong
huatong
avatar

Asutiyakoi Tholu

Rakesh Reeyan/Anju Panchihuatong
sirmrsirhuatong
بول
ریکارڈنگز
আছুতীয়াকৈ থ'লো তোমাক বুকুৰ ভাঁজত

ময়ো বিচাৰি পাওঁ মোক তোমাৰেই মাজত

কুচি মুচি সোমালোঁ ল'লোঁ কোলাতে ঠাই

হাঁহি মাতি থাকিবা চকুৱে চকুৱে চাই

তুমি ক'বা দুষাৰ কথা

মাজতে মই এষাৰি ক'ম

কথাৰ মাজতে এচুমা বিচাৰি ল'ম

তুমি ক'বা দুষাৰ কথা

মাজতে মই এষাৰি ক'ম

কথাৰ মাজতে এচুমা বিচাৰি ল'ম

পুৱা যদি কাজিয়া হয় গধূলীকে মিলোঁ

মোৰ কলিজা মোৰ কলিজাখন তোমাকেইতো দিলো

পুৱা যদি কাজিয়া হয় গধূলীকে মিলোঁ

মোৰ কলিজা মোৰ কলিজাখন তোমাকেইতো দিলো

মৰম দি মৰমবোৰ ময়ো ঘূৰাই ল'ম

হাততে দুহাত থৈ তোমাৰ লগৰী হ'ম

তুমি ক'বা দুষাৰ কথা

মাজতে মই এষাৰি ক'ম

কথাৰ মাজতে এচুমা বিচাৰি ল'ম

তুমি ক'বা দুষাৰ কথা

মাজতে মই এষাৰি ক'ম

কথাৰ মাজতে এচুমা বিচাৰি ল'ম

Lalala laaa lalala laaa

Lalalala o..o..o....

তোমাৰ মাতত দুচকুতে তৰা দুটি জ্বলে

তোমাৰ কাষত অভিমানে ম'মৰ দৰে গলে

তোমাৰ মাতত দুচকুতে তৰা দুটি জ্বলে

তোমাৰ কাষত অভিমানে ম'মৰ দৰে গলে

মৰমত তোমাক যেন কোচতে তুলি ল'ম

তুমি মোৰ হ'বানে ময়ো তোমাৰে হ'ম

ওমম তুমি ক'বা দুষাৰ কথা

মাজতে মই এষাৰি ক'ম

কথাৰ মাজতে এচুমা বিচাৰি ল'ম

তুমি ক'বা দুষাৰ কথা

মাজতে মই এষাৰি ক'ম

কথাৰ মাজতে এচুমা বিচাৰি ল'ম

Rakesh Reeyan/Anju Panchi کے مزید گانے

تمام دیکھیںlogo

یہ بھی پسند آسکتا ہے