menu-iconlogo
logo

Xemeka Dusoku (Sri Raghupati)

logo
avatar
Dikshu/Nilakshi Neoglogo
꧁ßðrå.ꀘ꧂সন্ধ্যাৰাগ♏🎻logo
Vào Ứng Dụng Để Hát
Lời Bài Hát
সেমেকা দুচকু

দীক্ষু /নিলাক্ষী নেওগ

সন্ধ্যাৰাগ ষ্টুডিঅ'

F. কাণে কাণে বতাহ জাকে

কিনো কয় অজানিতে

বাৰে বাৰে অচিন সুৰে

বিষাদৰে আবিৰ সানে

আৱেগৰে দলিছাতে

মনৰ বকুল মৰহে

জীৱনে আজি ক'ব খোজে কি?

নুবুজা প্ৰেমৰ সাঁথৰ এটি

প্ৰণয়ে আহি খেলে হেতালি

দোমোজালিত মন মোৰ বাউলী

M. লিখি থোৱা সেই সাঁচিপাততে

জীৱনৰ আৱেগ অনুভূতিতে

প্ৰথম প্ৰেমৰে হাঁহি এটিতে

নিগৰি নিগৰি আজি সৰে

সেমেকা দুচকু ও,,হো,,হো,,,ওহো,,,,

সেমেকা দুচকু ও,,হো,,হো,,,ওহো,,,,,

Music. ..

অনুভৱৰ শিতানতে

ৰজনীৰ কোমল পৰশে

বিভীষিকা প্ৰাচীৰ ভাঙি

এজাক সপোন উমলে

F. সপোনে আহি তুলিকা তুলি

শৰতৰে ৰং বুলালেহি

দিঠকে আহি বিচাৰেনো কি

উদাসী ৰাগৰ মায়া সানি

M. লিখি থোৱা সেই সাঁচিপাততে

জীৱনৰ আৱেগ অনুভূতিতে

প্ৰথম প্ৰেমৰে হাঁহি এটিতে

নিগৰি নিগৰি আজি সৰে

সেমেকা দুচকু

সেমেকা দুচকু

সেমেকা দুচকু

সেমেকা দুচকু

সেমেকা দুচকু, ,,,

Borah Kaliabor

Thanks

Xemeka Dusoku (Sri Raghupati) của Dikshu/Nilakshi Neog - Lời bài hát & Các bản Cover