menu-iconlogo
logo

AKHURUWA KOTHA by Dikshu

logo
Lời Bài Hát
Music & Lyric

Composed NOVA

M.আখৰুৱা কথাবোৰো নীলিমাতেই লিখি থওঁ,

পপীয়া তৰাটিকো আমাৰে সাধু কওঁ।

F.বতাহৰেই শৰীৰতো তোমাকে খেপিয়াও,

সেউজীয়া প্ৰণয়ৰো ৰঙ বোৰ সানি লওঁ।

M.ভাৱনাতো অভিমানী তোমাকে যে পাওঁ,

ধৰা দিও দূৰ হোৱা

আধৰুৱা হওঁ......

ও ......ও ....ও .....ও......

Uploaded By Ratul Mehjib

Room id 130935

M.ৰামধেনু ৰামধেনু সাঁতোৰঙী

হোৱা মোৰ,

বৰষা হৈ আঁকি দিয়া মৰমৰে ছবিবোৰ.x2

ৰামধেনু ৰামধেনু সাঁতোৰঙী

হোৱা মোৰ,

বৰষা হৈ আঁকি দিয়া মৰমৰে ছবিবোৰ.

F.গোপনে গোপনে আলফুলে চুৱা মোক,

সপোন সপোন লগা, কোৱা আকৌ কথাবোৰ.

Best for collub....

M.জোন বেলি তৰাবোৰ,

মনৰে যেন কথা মোৰ.

নোকোৱাকৈ থাকি যোৱা

সৰু সৰু আশা বোৰ.x2

.জোন বেলি তৰাবোৰ,

মনৰে যেন কথা মোৰ.

নোকোৱাকৈ থাকি যোৱা

সৰু সৰু আশা বোৰ.

F.জীৱনে মৰণে

কাষৰতে ৰোৱা মোৰ

সাঁতুৰিব দিয়া মোক

দুচকুৰে হেঁপাহত.......

Ooooo.......Oooo.... YoYo