menu-iconlogo
logo

Bhagoruwa Buku Mur

logo
avatar
Dikshulogo
BIJIT_শিৱসাগৰীয়াlogo
Vào Ứng Dụng Để Hát
Lời Bài Hát
গীত:ভাগৰুৱা বুকু মোৰ

কণ্ঠ:দিক্ষু

কথা,সুৰ:ভাস্কৰ জ্যোতি শৰ্মা

সংগীত:মাধৱ,ৱাছিম কেয়ান

কলাগুৰু থিয়েটাৰ

জয় আই অসম

ভাগৰুৱা বুকু মোৰ

জিৰণি হোৱানা

আধৰুৱা কবিতাৰ

সীমনা হোৱানা

মই তোমাৰ প্রণয়ৰে

হেঙুলী আবেলি

দুচকুৰে এন্ধাৰতে

সামৰি লোৱানা

ভাগৰুৱা বুকু মোৰ

জিৰণি হোৱানা

আধৰুৱা কবিতাৰ

সীমনা হোৱানা

ট্ৰেক আপলোড:BIJIT_শিৱসাগৰীয়া

অচিনাকী আছিল

আছুতীয়া গহীন

তোমাৰ পৰশতে জীপাল

মোৰ এই পৃথিৱী

~~~~~~~~•••••

অ আহি তুমি মৰম

আঁকোৱালি লোৱা

জনম জনমলে তোমাৰ

ছায়া হৈ থাকিম

মইয়ে তোমাৰ ওঁঠৰ হাঁহি

সোণাৰু ফুলীয়া

দুচকুৰে কাননতে

ফুলিব দিয়ানা

ভাগৰুৱা বুকু মোৰ

জিৰণি হোৱানা

আধৰুৱা কবিতাৰ

সীমনা হোৱানা

Track Request:Rim22

অজানিতে এদিন

আহি দিলা সিঁচি

কিনো মৰম ভালপোৱাৰ

অময়া সুৰভি

~~~~~~~~~•••

হৌ অ অ দূৰণিতো তুমি

কাষৰতো তুমি

মোৰ প্রতিটো লহমাত

তোমাৰেই ৰাগি

মইয়ে তোমাৰ মাজ ৰাতিৰ

গানৰে বৰষা

দুচকুৰে সাগৰতে মিলিব দিয়ানা

ভাগৰুৱা বুকু মোৰ

জিৰণি হোৱানা

আধৰুৱা কবিতাৰ

সীমনা হোৱানা

ধন্যবাদ সহকাৰে !