গাভৰু=কি নাম দি মাতিম?
মাতিম তোমাক?
নিবিড় গোপন কিযে মায়া!
কি নামৰে সোণ পৰশত
স্বৰ্ণালী হয় হিয়া
ডেকা=যি নাম দি মাতা
সেয়েই মিঠা!
জীৱন মৰুৰ তুমি ছাঁয়া!
চম্পা বনৰ
সুবাস লাগি!
উন্মনা মন হিয়া!
গাভৰু=কি নাম দি মাতিম?
মাতিম তোমাক?
🎵🎵Mmmusic🎵🎵
🔔Follow@ MrinalMedhi
গাভৰু=মন আজি মোৰ যায় হ'বলৈ!
পলাশৰ এটি ফুল!
বনতে সুৰ.
----------
ডেকা=মন আজি মোৰ যায় হ'বলৈ!
পলাতক এটি ভুল
বিচাৰি মৌ!
---------
গাভৰু=প্ৰজাপতি মন
হয়য়ে উন্মন!
সুৰে সুৰে উৰণীয়া!
ডেকা=চম্পা বনৰ
সুবাস লাগি!
উন্মনা মন হিয়া!
গাভৰু=কি নাম দি মাতিম?
মাতিম তোমাক?
নিবিড় গোপন কিযে মায়া!
কি নামৰে সোণ পৰশত
স্বৰ্ণালী হয় হিয়া
ডেকা=যি নাম দি মাতা
সেয়েই মিঠা!
জীৱন মৰুৰ তুমি ছাঁয়া!
চম্পা বনৰ
সুবাস লাগি!
উন্মনা মন হিয়া!
গাভৰু=কি নাম দি মাতিম?
মাতিম তোমাক?
🎵🎵Mmmusic🎵🎵
🔔Follow@ MrinalMedhi
গাভৰু=স্বপ্ন দিলা দুই নয়নক
চন্দ যি মৰন , গোপনে মোৰ.
--------
ডেকা=তুমি দিলা মন শিহৰণ
ৰিক্ত হৃদয়ত!
সিঁচিলা ফুল,
-----------
গাভৰু=মনৰে নয়ন!
স্বপ্ন বিভোৰ!
ৰঙে ৰঙে মোহনীয়া!
ডেকা=চম্পা বনৰ
সুবাস লাগি!
উন্মনা মন হিয়া!
গাভৰু=কি নাম দি মাতিম?
মাতিম তোমাক?
নিবিড় গোপন কিযে মায়া!
কি নামৰে সোণ পৰশত
স্বৰ্ণালী হয় হিয়া ৷৷
ডেকা=যি নাম দি মাতা
সেয়েই মিঠা!
জীৱন মৰুৰ তুমি ছাঁয়া!
চম্পা বনৰ
সুবাস লাগি!
উন্মনা মন হিয়া!