বনগীত
BOTAHE XARI DI JAI
মূলশিল্পী- জুবিন গাৰ্গ
TRACKED/UPLOADED BY
BINUD VAUQULINE
DEBOJITRANTU
XURDEUL-130966
বতাহে সাৰি দি যায় অ’মোৰে মইনা
বতাহে সাৰি দি যায় অ’মোৰে মইনা
কোঁৱৰৰ ওমলা বাট
কোঁৱৰৰ ওমলা বাট
ৰʼদৰ জিলিকণি
থাকে জিলেমিলাই
ৰʼদৰ জিলিকণি
থাকে জিলেমিলাই
ৰূপহী কুঁৱৰীৰ গা
ৰূপহী কুঁৱৰীৰ গা
কোঁৱৰৰ ওমলা বাট
কোঁৱৰৰ ওমলা বাট
🍒🍒🍒🍒🍒🍒🍒🍒
✍ PURABI SHARMA
SPECIAL THANKS TO
MONALISA SHANDILYA
কোনে কি বুলিলে
ৰূপহ কোঁৱৰক
কোনে কি বুলিলে
ৰূপহ কোঁৱৰক
কৰিব নোৱাৰি সাহ
কৰিব নোৱাৰি সাহ
চাংমাই শালতে মোলান পৰি যায়
চাংমাই শালতে মোলান পৰি যায়
ৰূপহী কাঁহীৰে ভাত
কোঁৱৰৰ ওমলা বাট
মূলশিল্পী- জুবিন গাৰ্গ
TRACKED/UPLOADED BY
BINUD VAUQULINE
DEBOJITRANTU
XURDEUL-130966
উৰে জাকি মাৰি
ৰচকী পখিলী
উৰে জাকি মাৰি
ৰচকী পখিলী
ৰিব্ ৰিব্ সুৰভি বা
ৰিব্ ৰিব্ সুৰভি বা
ওলোৱা এইবেলি অʼমোৰে মইনা
ওলোৱা এইবেলি অʼমোৰে মইনা
উমলি আহোঁগৈ তাত
কোঁৱৰৰ ওমলা বাট
বতাহে সাৰি দি যায় অ’মোৰে মইনা
বতাহে সাৰি দি যায় অ’মোৰে মইনা
কোঁৱৰৰ ওমলা বাট
কোঁৱৰৰ ওমলা বাট
ৰʼদৰ জিলিকণি
থাকে জিলেমিলাই
ৰʼদৰ জিলিকণি
থাকে জিলেমিলাই
ৰূপহী কুঁৱৰীৰ গা
ৰূপহী কুঁৱৰীৰ গা
কোঁৱৰৰ ওমলা বাট
কোঁৱৰৰ ওমলা বাট
কোঁৱৰৰ ওমলা বাট
কোঁৱৰৰ ওমলা বাট
💛💚💙💜💛💚💙💜