গীত : পায়ো মৰম হেৰুৱাবা
কণ্ঠ : মৌচম গগৈ আৰু অনান্য
অসমীয়া পুৰনি দুখৰ বিহুগীত
জয় আই অসম
m=সজাৰ মইনা উৰি যাব
সজা ভাঙিলে মইনা
সজা ভাঙিলে
পাইয়ো মৰম হেৰুৱাবা
দুখীয়া হলে মৰম
দুখীয়া হলে
কোৰাছ////////====
অই ধনে ধানে যাৰ আছে
তাকেহে মৰম যাঁচে
গাড়ী ঘোঁৰা যাৰ আছে
নাচে বহু আগে পাছে
ৰূপহী গাভৰুবোৰে
হিয়া দুখীয়া ল'ৰাবোৰৰ
মিছাতে ভাগে
কোৰাছ////////====
F=ঐ নকবা তেনেকৈ
মনত দুখ লগাকৈ
কোৰাছ////////====
ধনে সোনে মোক নালাগে
নাভাবিবা তুমি মিচাকৈ
কোৰাছ////////====
দুখীয়া বুলি তোমাক
নাযাও সোন মই এৰি থৈ
দুখীয়া বুলি তোমাক
নাযাও সোন মই এৰি থৈ
ট্ৰেক আপলোড : BIJIT _শিৱসাগৰীয়া
M=ঐ এপাহি ফুল নৰয় ফুলি
চিৰ দিনলে মৰম চিৰদিনলে
দুখতে মৰো যেন লাগে
সঁচা হৃদয়ৰ মৰম বুজি নাপালে
কোৰাছ////////====
ঐ দুখীয়াৰ ভঙা পঁজা
বাহ বেতেৰে সজা
ধনী ঘৰৰ ছোৱালীবোৰ
বুজিও হয় নুবুজা
মৰমক ধনেৰে বুজে
সঁচা হৃদয় অনুভূতি একো নুবুজে
কোৰাছ////////====
F=চলনা কৰা নাই
নিদিবা হিয়া জ্বলাই
কোৰাছ////////====
ঐ কোনোবাই কৰে ভুল
মোকে দুখ দিয়া মিছাকৈ
কোৰাছ////////====
ধনীঘৰৰ ছোৱালীও
মৰম চেনেহ বুজি পাই
কথা দিলো মই আজি
কাষতে থাকিম সদায়
কোৰাছ////////====
Track request - D.j Lakhimpuriya