menu-iconlogo
huatong
huatong
avatar

Thunuk Thanak Obhimaan

Nilav Nitahuatong
ßðrå.𝐊🎻সন্ধ্যাৰাগ♏🎻huatong
Lời Bài Hát
Bản Ghi
Song-Thunuk Thanak Obhimaan

Singer- Nilav Nita

lyrics- Sunit Gogoi

Borah Kaliabor

সন্ধ্যাৰাগ♏Studio

খিৰিকী মুখৰে জিকি মিকি তৰাই চকু টিপিয়াই

চিকুটি গালতে উৰুঙা বতাহে জোকাই সঘনাই

কোৱা যে নাই কথাটি সেই

আছা মোৰ আপোন এজন

দিয়া যে নাই দেখুৱাই মই

তোমালে কিমান মৰম

তুমিয়ে টো মোৰে জান

মৰম সনা মিঠা গান

থাকিম গুনে গুনাই গান

ঠুনুক ঠানাক অভিমান

কেঁচুৱা যেন অকণমান

বুকুতে লৈ ৰম নিচুকাই

খিৰিকী মুখৰে জিকি মিকি তৰাই চকু টিপিয়াই

♏♏❣️♏♏

@ Follow

Specifically lyrics in Assamese

সন্ধ্যাৰাগ♏ষ্টুডিঅ'

♏❣️♏

❣️❣️

উঠি আহি তুমিয়েটো সপোনৰ পৰা

শুনো শুনো লাগি থকা কথাবোৰ কোৱা

হ, অ,, অভিমানত খহি পৰে পপিয়া তৰা

দুবাহুতে যেতিয়া মোক সাৱতি লোৱা

টোপনিতো সাৰে থকা তুমি অবুজ সিহৰণ

ভাৱনা হৈ ঘনাই অহা চিনাকি অতিথি জন

তুমিয়েটো মোৰে জান

মৰম সনা মিঠা গান

থাকিম গুনে গুনাই গান

ঠুনুক ঠানাক অভিমান

কেঁচুৱা যেন অকণমান

বুকুতে লৈ ৰম নিচুকাই

খিৰিকী মুখৰে জিকি মিকি তৰাই চকু টিপিয়াই

চিকুটি গালতে উৰুঙা বতাহে জোকাই সঘনাই

কোৱা যে নাই কথাটি সেই

আছা মোৰ আপোন এজন

দিয়া যে নাই দেখুৱাই মই

তোমালে কিমান মৰম

তুমিয়েটো মোৰে জান

মৰম সনা মিঠা গান

থাকিম গুনে গুনাই গান

ঠুনুক ঠানাক অভিমান

কেঁচুৱা যেন অকণমান

বুকুতে লৈ ৰম নিচুকাই

❣️ধন্যবাদ❣️

সন্ধ্যাৰাগ

Nhiều Hơn Từ Nilav Nita

Xem tất cảlogo

Bạn Có Thể Thích