menu-iconlogo
huatong
huatong
Lời Bài Hát
Bản Ghi
ক'লাকে এন্ধাৰবোৰ নাসানিবি দেৱালত অ' ৰাতি

O' night please don't smear my walls with shadows

কেঁচা সোণহেন মুখখনি জিলিকাই ৰাখ অ' মোৰে চাকি

O' lil' lamp, please let not the light die on her amber face

শিয়ালী অহা বাটত কলিওচ আছে ৰৈ

On the way the jackal takes, kolius crouches in wait

তুমি সোণ টোপনি যোৱা জোনাকে আছে কৈ

My dear one, the moonlight calls you to sleep

অ' টোপনি তই হাতত সাৰে ভৰিত সাৰে আহিবি

O' sleep, please come cautiously

অ' টোপনি তই আলফুলে সোণপাহিক দাঙিবি

O' sleep, please take my sweetling softly

অ' টোপনি

O' sleep

ভয় যদি লাগে তোমাৰ চকু জপালেই পাবা মোক

When scared, close your eyes to find me

কাষতে নাথাকিলেও মনেৰে নহয় বহু দূৰ

Even if I'm apart, from your heart I'm never afar

মই শুনোৱা সাধুবোৰ লগতে আছে ৰৈ

All my fables are forever at your call

তুমি বিচৰা সাধুৰ দেশত উৰি গৈ পাবাগৈ

Sleep will take you to the fabled lands

অ' টোপনি তই হাতত সাৰে ভৰিত সাৰে আহিবি

O' sleep, please come cautiously

অ' টোপনি তই আলফুলে সোণপাহিক দাঙিবি

O' sleep, please take my sweetling softly

অ' টোপনি

O' sleep

Nhiều Hơn Từ Pritom Gohain/Karabi Sonowal/Swaraj Priyo

Xem tất cảlogo

Bạn Có Thể Thích