menu-iconlogo
huatong
huatong
avatar

O Mure Jaan

Rakesh Reeyan/Meghali Borokhahuatong
phatmannmommyhuatong
Lời Bài Hát
Bản Ghi
অ' মোৰে জান কিয় কৰা অভিমান

তোমালে মৰম সাগৰৰ সমান

অ' মোৰে জান বুজাবলে টান

তোমালে মৰম আকাশৰ সমান

সয়নে সপোনে তোমাকে দেখো

উশাহে নিশাহে তুমিয়েই বুকুত

টোপনিতো ল‌ওঁ তোমাৰ নাম

অ' মোৰে জান

অ' মোৰে জান।

আঙুলীৰ ফাঁকতে আঙুলী থোৱানা

অভিমান সামৰি সাৱটি লোৱানা

আঙুলীৰ ফাঁকতে আঙুলী থোৱানা

অভিমান সামৰি সাৱটি লোৱানা

সুখে দুখে কাষত আজীৱন থাকিম

তোমাৰেই হৈ মাথো মই তোমাৰেই থাকিম

অ' মোৰে জান নকৰিবা অভিমান

তোমালে মৰম সাগৰৰ সমান।

আপোন বুলিবলে মাথো তুমিয়েই

ভয় লাগে জান ঐ গ'লে দূৰলে

আশাও ভৰষাও জানা তুমিয়েই

জীয়াই আছো জান ঐ মাথো তোমালে

মোৰ খং অভিমান তুমিয়েইতো জান

তোমাৰ মৰমবোৰ মোৰ স্বাভিমান

দূৰ নকৰিবা অ' মোৰে জান!

অ' মোৰে জান কিয় কৰা অভিমান

তোমালে মৰম সাগৰৰ সমান

তোমালে মৰম আকাশৰ সমান...

Nhiều Hơn Từ Rakesh Reeyan/Meghali Borokha

Xem tất cảlogo