menu-iconlogo
huatong
huatong
avatar

Jipaal 2.0

Sannidhya Bhuyanhuatong
꧁Gi𝕥αrthค࿐🐚PSP🐚huatong
Lời Bài Hát
Bản Ghi
সেউজেৰে ভৰা এখনি পথাৰ

চকুৰে নমনি নেদেখা শিপা

মৰমে আৱৰা হিয়াৰে ভাষা

ক'তনো কবিতা লিখিছোঁ তোমাক,

সেউজেৰে ভৰা এখনি পথাৰ

চকুৰে নমনি নেদেখা শিপা

মৰমে আৱৰা হিয়াৰে ভাষা

কত'নো কবিতা লিখিছোঁ তোমাক

হৃদয়তে সযতনে সংগোপনে

সাঁচি ৰখা প্ৰেমৰ কবিতা

তুমি মোৰ জীৱনৰে যৌৱনৰে

প্ৰভাতিৰ সোণালী শবিতা,

হৃদয়তে সযতনে সংগোপণে

সাঁচি ৰখা প্ৰেমৰ কবিতা

তুমি মোৰ জীৱনৰে যৌৱনৰে

প্রভাতিৰ সোণালী শবিতা।

মোৰ কামনাৰ মোৰ বাসনা

তুমি ছবি মৰমসনা

তুমি জানা নে নেজানা

তুমি জানা নে নেজানা,

মোৰ কামনাৰ মোৰ বাসনা

তুমি ছবি মৰমসনা

তুমি জানা নে নেজানা

তুমি জানা নে নেজানা।

তোমালে মৰম মোৰ অলেখ অপাৰ

ভাৱনাতে দিন মোৰ ৰাতি একাকাৰ

আবেগেৰে ভৰা হিয়াৰে আশাৰ

জ্বলাবানে চাকি হিয়াৰে তোমাৰ,

তোমালে মৰম মোৰ অলেখ অপাৰ

ভাৱনাতে দিন মোৰ ৰাতি একাকাৰ

আৱেগেৰে ভৰা হিয়াৰে আশাৰ

জ্বলাবানে চাকি হিয়াৰে তোমাৰ।

হৃদয়তে সযতনে সংগোপনে

সাঁচি ৰখা প্ৰেমৰ কবিতা

তুমি মোৰ জীৱনৰে যৌৱনৰে

প্ৰভাতিৰ সোণালী শবিতা,

হৃদয়তে সযতনে সংগোপনে

সাঁচি ৰখা প্ৰেমৰ কবিতা

তুমি মোৰ জীৱনৰে যৌৱনৰে

প্ৰভাতিৰ সোণালী শবিতা।

তুমি হিয়াৰে কল্পনা

তুমি মনৰে ঠিকনা

তুমি জানা নে নেজানা

তুমি জানা নে নেজানা,

তুমি হিয়াৰে কল্পনা

তুমি মনৰে ঠিকনা

তুমি জানা নে নেজানা

তুমি জানা নে নেজানা।

?Thanks?

Nhiều Hơn Từ Sannidhya Bhuyan

Xem tất cảlogo

Bạn Có Thể Thích