menu-iconlogo
huatong
huatong
Lời Bài Hát
Bản Ghi
Bi2L _Gogoi Creations

Hope U All Like This..😊

মিঠা মিঠা কথাৰে মন উপচায়

লাজুকি চাওঁনিৰে বেথা পাহৰাই

হৃদয়লে অহা যােৱা কৰা সঘনাই

মিঠা মিঠা কথাৰে মন উপচায়

লাজুকি চাওঁনিৰে ব্যথা পাহৰাই

হৃদয়লে অহা যােৱা কৰা সঘনাই

মােৰ হৃদয়ে নাচিছে আজি উলাহতে

বিচাৰে তুমাক সদায় কাষৰতে

মতলিয়া এই মন আজি তুমাতে মগন

প্রতিদিন প্রতি নিশা ভাৱে তুমাৰ কথাকে

মােৰ হৃদয়ে নাচিছে আজি উলাহতে

বিচাৰে তুমাক সদায় কাষৰতে

মতলিয়া এই মন আজি তুমাতে মগণ

প্রতিদিন প্রতি নিশা ভাৱে তুমাৰ কথাকে

Music...

মতলিয়া এই মন

আজি তুমাতে মগণ

প্রতিদিন প্রতি নিশা ভারে তুমাৰ কথাকে

Music...

ফাগুনৰ উতলােৱা এই পছােৱাই

অজানিতে তােমাৰেই বাতৰি বিলায়

ভাগৰুৱা হৃদয়ৰ দুখ পাহৰায়

হৃদয় জুৰােয়া তুমাৰ এই দুনয়ণে

প্ৰণয়ৰ ৰং সানে গােপনে গােপনে

দুটি প্রাণৰ মিলন হল মধুৰ লগণ মােৰ জীৱন জীপাল কৰে তুমাৰ আগমণে

হৃদয় জুৰােয়া তুমাৰ এই দুনয়ণে

প্রণয়ৰ ৰং সানে গােপনে গােপনে

দুটি প্রাণৰ মিলন হল মধুৰ লগণ মােৰ জীৱন জীপাল কৰে তুমাৰ আগমণে

Music...😊

মতলিয়া এই মন

আজি তুমাতে মগণ

প্রতিদিন প্রতি নিশা ভারে তুমাৰ কথাকে..

😊😊😊

Bạn Có Thể Thích