menu-iconlogo
huatong
huatong
avatar

PAKHITEI PAKHI LOGAI

Zubeen Garghuatong
nufflove1huatong
Lời Bài Hát
Bản Ghi
পাখিতেই পাখি লগাই উৰিবলে মন

দুৰু দুৰু কপিবনে তোমাৰ হিয়াখন...2

এথৰ দুথৰ মোৰ হেপাহৰ

মুঠি এমুঠি তোমাৰ আদৰৰ

তাতেই নাচি ৰ’ব দুই জোনাকি মন

pakhi tei pakhi logai...

কোন অমানিশা কোনোবা এন্ধাৰে

আগচিব খুজিলে মোক অজানিতে...2

তোমাৰে ভাৱনাৰ চাকিতি চৌপাখে মোৰ জ্বলেহি

ইটো সিটো কৈ বহুটো আশা

তোমাৰ সহাৰিতে জিৰাব খোজা

তাতেই বাকি দিয়া এফেৰি মৰম

pakhitei pakhi logai...

দেই পুৰি নিয়া মোৰো সীমনা

ৰৈ আছো জানানে তোমাৰে ভৰষাত..2

নোৱাৰো এখোজো দিবলে

অকলসৰে ম‍ই অকলে

আহোতে আহা সপোন এটি হৈ

যাও বুলি গ’লে বুকু ভাঙে ঐ

নেলাগে নেলাগে বেলেগে মৰম..pakhi tei..

Nhiều Hơn Từ Zubeen Garg

Xem tất cảlogo

Bạn Có Thể Thích