গীত : মই ৰৈ আছো তৰালিৰ সতে 
কণ্ঠ:ডলী ঘোষ 
সুৰ:বিপুল বৰুৱা 
কথা:মুকুল বৰুৱা 
জয় আই অসম 
মই ৰৈ আছো 
তৰালিৰ সতে 
ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া 
মই ৰৈ আছো 
তৰালিৰ সতে 
মই ৰৈ আছো 
তৰালিৰ সতে 
কেতিয়া আহিবা তুমি ? 
মেঘালীৰ দৰে 
জীৱনত সিপাৰে আহি 
জীৱনত সিপাৰে আহি 
কেতিয়া মিলিম আমি । 
ট্ৰেক অনুৰোধ : Dipak bhaity DP 
জীৱনে নিদিলে 
মৰমৰ প্ৰতিদান 
মৰমে কান্দিলে 
শোকাকুল দুটি প্রাণ 
জীৱনে নিদিলে 
মৰমৰ প্ৰতিদান 
মৰমে কান্দিলে 
শোকাকুল দুটি প্রাণ 
দিশহাৰা সেয়েহে তুমি 
দিশহাৰা সেয়েহে তুমি 
কেতিয়া মিলিম আমি 
কেতিয়া আহিবা তুমি ? 
মেঘালীৰ দৰে 
মই ৰৈ আছো 
তৰালিৰ সতে । 
~~~~~~~~  
মৰণে আনিলে 
অমৰাৰ দেশলে 
মিলনৰ সুৰেৰে 
তুমি নাই গাবলে 
মৰণে আনিলে 
অমৰাৰ দেশলে 
মিলনৰ সুৰেৰে 
তুমি নাই গাবলে 
সেয়ে জানা 
ৰৈ আছো যে সখী 
সেয়ে জানা 
ৰৈ আছো যে সখী 
কেতিয়া মিলিম আমি 
কেতিয়া আহিবা তুমি ? 
মেঘালীৰ দৰে 
জীৱনত সিপাৰে আহি 
জীৱনত সিপাৰে আহি 
কেতিয়া মিলিম আমি 
কেতিয়া মিলিম আমি 
কেতিয়া মিলিম আমি ।।