menu-iconlogo
huatong
huatong
avatar

Polokote

Gourisnkrhuatong
sgtcaphuatong
歌词
作品
তোমাৰ বাবেই মোৰ আকাশত ৰাতি পুৱায়

তোমাৰ বাবেই উশাহে নিশা বাগৰ সলায়

হিয়াৰে কোণত একোলা সপোনে ওমলে

উজাগৰী সুবাসী গীত পলকতে বাজে

সাৰ পোৱা বহু কথা নোকোৱাকে′ ৰৈ যোৱা

খুলি কোৱা সেই কথা হৃদয়তে গজি উঠা

মুখৰিত হিয়াখনি এতিয়া যে তুমি-তুমি

মোৰ সকলোবোৰ মাথোঁ তুমি

যদিও সময়ে তোমাৰ বাবেই ৰৈ থাকে

হৃদয়ে নুবুজে সেই কথা পলকতে

কঁপি উঠে নিগাজী আশা

নিৰৱধি ৰাগীৰ সৰগী ভাষা

অজানিতে কিয়নো আহি মায়া সনা?

চিনাকি সুহুৰি

অধৰত বিয়পে

মায়াৱী হিয়াৰ

অনুভৱী ঠিকনাতে

更多Gourisnkr热歌

查看全部logo

猜你喜欢