গীত : দেহি ঐ বাখৰ
কণ্ঠ : মৌচম গগৈ,মহালক্ষ্মী আয়াৰ
কথা,সুৰ : মৌচম গগৈ
সংগীত : পুলক নাথ
জয় আই অসম
F/দেহি ঐ বাখৰ
দেহি ঐ মোৰ
ৰিহাৰে আচলতে
দেহি ঐ বাখৰ
দেহি ঐ তোৰ
মনটো পিছলোতে
M/তই বুটলি ললি
বুকুতে ভৰাই থলি
কি যাদু কৰিলি
মন মোৰ হৰিলি
নিজকে পাহৰি যোৱাকে
F/দেহি ঐ বাখৰ
দেহি ঐ মোৰ
ৰিহাৰে আচলতে
দেহি ঐ বাখৰ
দেহি ঐ তোৰ
মনটো পিছলোতে...
ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া
M/বলিছে ফাগুনৰ বলিয়া বা
দুৰলে নাযাবি কাষলে আহ
F/জ্বলিছে যৌৱনৰ অগনি চা
পাৰ যদি তাতে নুমুৱাই যা
~~~~~~~~+++
M/অ বলিছে ফাগুনৰ বলিয়া বা
দুৰলে নাযাবি কাষলে আহ
F/জ্বলিছে যৌৱনৰ অগনি চা
পাৰ যদি তাতে নুমুৱাই যা
বুকু দুৰু দুৰু কঁপে জান মোৰো
বুকু দুৰু দুৰু কঁপে জান মোৰো
মৰো তোৰ মৰমতে...
~~~~~~~~~ ¥
F/দেহি ঐ বাখৰ
দেহি ঐ মোৰ
ৰিহাৰে আচলতে
দেহি ঐ বাখৰ
দেহি ঐ তোৰ
মনটো পিছলোতে...
ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া
M/অ হাঁহিছে কেতেকী কপৌফুলে
তাৰে দুপাহী লৈ আহিম তোলে
F/হৌ মাতিছে বহাগৰ পেঁপা ঢোলে
আহ মোৰে সতে নাচিবলে
~~~~~~~~~ ¥
M/ হাঁহিছে কেতেকী কপৌফুলে
তাৰে দুপাহী লৈ আহিম তোলে
F/হৌ মাতিছে বহাগৰ পেঁপা ঢোলে
আহ মোৰে সতে নাচিবলে
নাচোনৰ ছলেৰে যামে তোৰ কাষলে
নাচোনৰ ছলেৰে যামে তোৰ কাষলে
মৰো তোৰ মৰমতে...
~~~~~~~~
F/অ অ দেহি ঐ বাখৰ
দেহি ঐ মোৰ
ৰিহাৰে আচলতে হায়
দেহি ঐ বাখৰ
দেহি ঐ তোৰ
মনটো পিছলোতে
M/তই বুটলি ললি
বুকুতে ভৰাই থলি
কি যাদু কৰিলি
মন মোৰ হৰিলি
নিজকে পাহৰি যোৱাকে
F/দেহি ঐ বাখৰ
দেহি ঐ মোৰ
ৰিহাৰে আচলতে
দেহি ঐ বাখৰ
দেহি ঐ তোৰ
মনটো পিছলোতে...