গীত : দুৰু দুৰু কৈ
কণ্ঠ : মৌচম গগৈ
জয় আই অসম
f-দুৰু দুৰু কৈ,দুৰু দুৰু কৈ
অ অ মোৰ কঁপিছে হিয়া
কঁপিছে হিয়া
আহো নাহোকৈ যেতিয়া তুমি
অ অ মোৰ কাষলে আহা
কাষলে আহা
m-লাজৰে ওৰনি নিদিবা দেই
টানি মোক
চাবলে দিয়া কুমলীয়া মুখখনি
f-দুৰু দুৰু কৈ,দুৰু দুৰু কৈ
অ অ মোৰ কঁপিছে হিয়া
কঁপিছে হিয়া
ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া
না না না না না না(male)
f-পুৱা গধূলী ভাবি থাকো মই
তোমাৰে ছবি আঁকি থাকো মই
m-উকা উকা লাগি থাকে
মোৰ বুকুখন
তোমাৰ অবিহনে নৰয় জীবন
থাকিব নোৱাৰো তুমি জানানে
f-দুৰু দুৰু কৈ,দুৰু দুৰু কৈ
অ অ মোৰ কঁপিছে হিয়া
কঁপিছে হিয়া
Track request : Ariful_A_Haque
না না না না না না(male)
f-সময়ে বাগৰ সলায়ে থাকে
সদায়ে মনত মোক ৰাখিবানে
m-ৰাখিম মই ৰাখিম জানা
তোমাক মনতে
আজিয়েই দিলো মই কথা তোমাক
সুখে দুখে হবানে লগৰী
f-দুৰু দুৰু কৈ,দুৰু দুৰু কৈ
অ অ মোৰ কঁপিছে হিয়া
কঁপিছে হিয়া
আহো নাহোকৈ যেতিয়া তুমি
অ অ মোৰ কাষলে আহা
কাষলে আহা
m-লাজৰে ওৰনি নিদিবা দেই
টানি মোক
চাবলে দিয়া কুমলীয়া মুখখনি
f-দুৰু দুৰু কৈ,দুৰু দুৰু কৈ
অ অ মোৰ কঁপিছে হিয়া
কঁপিছে হিয়া
Thanks to all