menu-iconlogo
huatong
huatong
mausam-gogoi-hunjoni-aaitake-hudhisilu-cover-image

Hunjoni Aaitake Hudhisilu

Mausam gogoihuatong
BIJIT_শিৱসাগৰীয়া💢🎸huatong
歌词
作品
ঐ ৰুপে কি কৰিব

ঐ গুনেহে তৰিব ঐ ..

ঐ তই বুজিছ নে নাই....

গীত => সোনজনী আইতাকে সুধিছিলো

কণ্ঠশিল্পী => মৌচম গগৈ

কথা-সুৰ-সংগীত= মৌচম গগৈ

এলবাম = মন ফাগুনৰ বা

জয় আই অসম

সোনজনী আইতাকে

সুধিছিলো মই

আজিকালি বোলে

বিয়া পাতিবলে ভয়...

~~~~~~~~~~~~~~~~

ঐ ছোৱালীয়ে ক'ব এটা

পেটত এটা থয়

বিয়া পাতি নিয়াৰ পিছত

মুৰত ফঠি লয়

বুজালে বুজিবিনে

মোৰে ঘৰ ধৰিবিনে ..

বুজালে বুজিবিনে

মোৰে ঘৰ ধৰিবিনে

গাঁৱৰে লক্ষিমী

বুলি কয় যিজনী

দীঘলকৈ ওৰণি লয়

ওৰণি লবিনে তই

ওৰণি লবিনে তই.....

ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া

ঢেঁকী শাল চিনি নাপাই

তাঁতৰ শাল চিনি নাপাই

কিযে মুখৰ ফুটনি

কুকুৰা ডাকত উঠি

চোতাল সাৰিব কিনো

চিনি নাপাই বাহনি ....

~~ ~~~~~~~~~~~~~~~~

ঐ ঢেকী শাল চিনি নাপাই

তাঁতৰ শাল চিনি নাপাই

কিযে মুখৰ ফুটনি

কুকুৰা ডাকত উঠি

চোতাল সাৰিব কিনো

চিনি নাপাই বাহনি ....

ঐ গাৱঁৰে লক্ষিমী

বুলি কয় যিজনী

দীঘলকৈ ওৰণি লয়

ওৰণি লবিনে তই

ওৰণি লবিনে তই.....

ট্ৰেক অনুৰোধ তথা লিৰিক্স

যুগুতাইছে Prakashসুৰদেউল

ঐ চোকা ৰ'দতো নোলাই

বৰষুনতো নোলাই

বোকা গচকি বেয়া পাই

কাম কাজৰ পিনে

একোতো নাজানে

ৰুপৰে জোৰতে খায় ...

~~~~~~~~~~~~~~~~~~

ঐ চোকা ৰ'দতো নোলাই

বৰষুণতো নোলাই

বোকা গচকি বেয়া পাই ..

কাম কাজৰ পিনে

একোতো নাজানে

ৰুপৰে জোৰতে খায়

ঐ ৰুপে কি কৰিব

গুনেহে তৰিব

তই বুজিছনে নাই

কবিনে মুখলে চাই

কবিনে মুখলে চাই ......

সোণজনী আইতাকে

সুধিছিলো মই

আজিকালি বোলে

বিয়া পাতিবলে ভয়

~~~~~~~~~~~~~~~~

ঐ ছোৱালীয়ে ক'ব এটা

পেটত এটা থয়

বিয়া পাতি নিয়াৰ পিছত

মুৰত উঠি লয় ...

বুজালে বুজিবি নে

মোৰে ঘৰ ধৰিবিনে

বুজালে বুজিবিনে

মোৰে ঘৰ ধৰিবিনে .....

গাঁৱৰে লক্ষিমী

বুলি কয় যিজনী

দীঘলকৈ ওৰণি লয়

ওৰণি লবিনে তই

ওৰণি লবিনে তই

ওৰণি লবিনে তই

ওৰণি লবিনে তই ....+ (4)

更多Mausam gogoi热歌

查看全部logo

猜你喜欢