অ’.. অ’-অ’ অ’ লা-লা লা-লা লা..!
অ’.. অ’-অ’ অ’ লা-লা লা-লা লা.. ,
অ’.. অ’-অ’ অ’ লা-লা লা-লা লা..!
অ’.. অ’-অ’ অ’ লা-লা লা-লা লা..
আলি ঢাকি পৰ শালিকী
অগা দেৱা কৰ শালিকী !
তই জানো জান মোৰ বেঠা....
মনৰ সাঁচতীয়া কথা...!
কিসতে ৰাখিছোঁ ঢাকি..!
অ’..অ'..
আলি ঢাকি পৰ শালিকী
আগা দেৱা কৰ শালিকী !
তই জানো জান মোৰ বেঠা...
মনৰ সাঁচতীয়া কথা...!
কিসতে ৰাখিছোঁ ঢাকি..!
বা লাগিলে..
ছাঁ লৰিলে,
ধাননি লাহতে হালে জালে !
বা লাগিলে..
ছাঁ লৰিলে,
ধাননি লাহতে হালে জালে !
দুপালি দুপহি কঁহুৱা ফুলনি
ৰ’দত তিৰেবিৰাই জ্ব..লে !
কোনে জ্বলাবহি মো...ৰ !
হিয়াৰে ফুলৰে চাকি !
অ’..অ’..
আলি ঢাকি পৰ শালিকী
অগা দেৱা কৰ শালিকী !
তই জানো জান মোৰ বেঠা...
মনৰ সাঁচতীয়া কথা...!
কিসতে ৰাখিছোঁ ঢাকি..!
বা লাগিলে..
ছাঁ লৰিলে,
জুৰিটি ৰঙতে নাচে বাগে !
বা লাগিলে..
ছাঁ লৰিলে,
জুৰিটি ৰঙতে নাচে ছাগে !
আজলি আজলি ! কাঁজলি পানীয়ে
আজলি হিয়াই কি মাগে !
মনে বিচাৰিছে যাক....!
তেওঁ জানো বা চিনাকী?!
অ’..অ’..
আলি ঢাকি পৰ শালিকী
অগা দেৱা কৰ শালিকী !
তই জানো জান মোৰ বেঠা...
মনৰ সাঁচতীয়া কথা....!
কিসতে ৰাখিছোঁ ঢাকি..!
অ’-অ’ অ’ লা-লা লা-লা লা..
অ’.. অ’-অ’ অ’ লা-লা লা-লা লা.. ,
অ’.. অ’-অ’ অ’ লা-লা লা-লা লা..
অ’.. অ’-অ’ অ’ লা-লা লা-লা লা..
অ’.. অ’-অ’ অ’ লা-লা লা-লা লা..
অ’.. অ’-অ’ অ’ লা-লা লা-লা লা.. ৷৷