menu-iconlogo
huatong
huatong
rajib-sadiya-bor-ghorat-humale-cover-image

Bor Ghorat Humale

RAJIB SADIYAhuatong
Mrinal-Medhihuatong
歌词
作品
সুৰ, সংগীত, কণ্ঠ

-ৰাজীৱ সদিয়া

বৰ ঘৰত সোমালে

বিদেশী বঙালী

ৰজা বহতীয়া হ'ল

অধিকাৰ স্বাভীমান

ভাষা মোৰ অভিমান

বনিয়াৰ হাতলৈ গ'ল

বৰ ঘৰত সোমালে

বিদেশী বঙালী

ৰজা বহতীয়া হ'ল

অধিকাৰ স্বাভীমান

ভাষা মোৰ অভিমান

বনিয়াৰ হাতলৈ গ'ল

জাতি এলেহুৱা ৰজা মোৰ বহুৱা

নেতা মোৰ আবেগৰ দালাল

আইক বেচি খালে

বহু কথা গালে

বিপদৰ সময়ত

সকলো পলাল

বিপদৰ সময়ত

সকলো পলাল

***********

শেলুৱৈ ধৰা মোৰ

জাতিয়তাবাদে

হঠাতে কি ৰূপ ল'লে

হাজাৰ চহিদৰ

ত্যাগ গ'ল অথলে

প্ৰতিবাদে কিনো উমান পালে

শেলুৱৈ ধৰা মোৰ

জাতিয়তাবাদে

হঠাতে কি ৰূপ ল'লে

হাজাৰ চহিদৰ

ত্যাগ গ'ল অথলে

প্ৰতিবাদে কিনো উমান পালে

আই মোৰ ত্যাগ অথলে গ'ল

আই মোৰ জাতি ভেটি

যাও যাও হ'ল

আই মোৰ ত্যাগ অথলে গ'ল

বৰ ঘৰত সোমালে

বিদেশী বঙালী

ৰজা বহতীয়া হ'ল

অধিকাৰ স্বাভীমান

ভাষা মোৰ অভিমান

বনিয়াৰ হাতলৈ গ'ল

********

আই মোৰ আজি

সু ৰিণ সুজি

ৰণলৈ যাবলৈ হ'ল

আই মোৰ আজি

তোৰ দুখ দেখি

উতলি উঠিছে মন

আই মোৰ আজি

সু ৰিণ সুজি

ৰণলৈ যাবলৈ হ'ল

আই মোৰ আজি

তোৰ দুখ দেখি

উতলি উঠিছে মন

জাতি মাটি ভেটি

আৱেগৰে খেতি

বিবেক বন্ধকিৰে

বহু নেতা হ'ল

আই মোৰ ত্যাগ অথলে গ'ল

বৰ ঘৰত সোমালে

বিদেশী বঙালী

ৰজা বহতীয়া হ'ল

অধিকাৰ স্বাভীমান

ভাষা মোৰ অভিমান

বনিয়াৰ হাতলৈ গ'ল

অধিকাৰ স্বাভীমান

ভাষা মোৰ অভিমান

বনিয়াৰ হাতলৈ গ'ল

অধিকাৰ স্বাভীমান

ভাষা মোৰ অভিমান

বনিয়াৰ হাতলৈ গ'ল

(Karaoke track presentation Mrinal Medhi)

更多RAJIB SADIYA热歌

查看全部logo

猜你喜欢