menu-iconlogo
logo

Assam Bidyapith Tumak Jonau Pronam

logo
avatar
Zubeen Garg/Babu Baruah/Rakesh Riyan/Nekiblogo
BIJIT_শিৱসাগৰীয়া💢🎸logo
前往APP内演唱
歌词
গীত:অসম বিদ্যাপীঠ তোমাক জনাও

কণ্ঠ:জুবিন,বাবু,ৰাকেশ ৰিয়ান,নেকিব আৰ বহুতো

এলবাম:অসম বিদ্যাপীঠ থিম চং

জয় আই অসম

m/তুমি চিত্ত বৃত্তি মোৰ

প্ৰৱৰ্তক নাৰায়ন

তুমি নাথ মই নাথৱন্ত

চৰন চত্তৰ ছায়া

দিয়া দুৰ কৰা মায়া

কৰা দয়া মোক ভগৱন্ত

কৰা দয়া মোক ভগৱন্ত

ট্ৰেক আপলোড:BIJIT_শিৱসাগৰীয়া

জ্ঞানৰ জ্যোতিৰে জ্যোতিস্মান

যুগে যুগে তুমি হোৱা মহান

জ্ঞানৰ জ্যোতিৰে জ্যোতিস্মান

যুগে যুগে তুমি হোৱা মহান

m+f/সেয়ে অসম বিদ্যাপীঠ

তুমি আমাৰ

আমি তোমাৰেই সন্তান

আজি গৌৰৱে গাও

তোমাৰেই জয়গান

হে মোৰ পঢ়াশালি

অসম বিদ্যাপীঠ

তোমাক জনাও প্ৰনাম

হে মোৰ পঢ়াশালি

অসম বিদ্যাপীঠ

তোমাক জনাও প্ৰনাম

Track Request:Biki Rock

f/জ্ঞানৰ শলিতা জ্বলাও

শিক্ষাগুৰুৰ আশিষ ধিয়াও

~~~~~~~•••••

m/পোহৰ বিচাৰি তোমাৰ সতে

গলো সৱে মিলি আগুৱাই

f/হে অসম বিদ্যাপীঠ

তুমি আমাৰ

আমি তোমাৰেই সন্তান

m/ আজি গৌৰৱে গাও

তোমাৰেই জয়গান

হে মোৰ পঢ়াশালি

অসম বিদ্যাপীঠ

তোমাক জনাও প্ৰনাম

হে মোৰ পঢ়াশালি

অসম বিদ্যাপীঠ

তোমাক জনাও প্ৰনাম!

ট্ৰেক আপলোড:BIJIT_শিৱসাগৰীয়া

m/জীৱন গঢ়াৰ আদিপাঠ

আৰু পৰিচয় তুমিয়েই দিলা

~~~~~~~~~~~•••

জীৱন যুঁজৰ জটিল পথত

তুমিয়েই মসৃন কৰিলা

f/তোমাৰ মধু স্মৃতি সুঁৱৰি

সমৱেত আমি ন পুৰনি

m/ আজি গৌৰৱে গাও

তোমাৰেই জয়গান

অ মোৰ পঢ়াশালি

অসম বিদ্যাপীঠ

তোমাক জনাও প্ৰনাম

অ মোৰ পঢ়াশালি

অসম বিদ্যাপীঠ

তোমাক জনাও প্ৰনাম!

ধন্যবাদ সহকাৰে !

Assam Bidyapith Tumak Jonau Pronam Zubeen Garg/Babu Baruah/Rakesh Riyan/Nekib - 歌词和翻唱