M/তই জাননে নাজান
বুজনে নুবুজ
বুজিও নুবুজিলি মোক
গীত-দুচকুৰ চাৱনিতে
কণ্ঠ-জুবিন গাৰ্গ,বৰ্ণালী কলিতা
এলবাম-ৰুপালী(২০০৪)
সংগীত : দুলুমনি শইকীয়া
জয় আই অসম
m/দুচকুৰ চাৱনিতে~~~~
মৰমৰ ফাকু খেলি!
কিয় মন হৰি নিলি~~~
তই কাষলে আহি!
বিচনাত বাগৰি
দেখো তোৰে ছবি
ৰাতি এপৰলৈ
নাহে মোৰ টোপনি
অ অ অ ৰুপালী!
কোৰাচ
f/কিয় দুৰনিৰ পৰা~~~
চালি মোক বুকু ভৰি!
সেই চাৱনিতে চোন~~
পালো মনৰ বাতৰি!
উঠোতে বহুতে
যাৰ কথা ভাবো
খাওতে শোওতে
যাক দেখি আছো
মৰম নিদি কেনেকৈ থাকো!
কোৰাচ
ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া
m/ৰদালী চিকেমিকাই~~~
তোৰ মেঘালী চুলিত!
পাহাৰী জুৰিৰ দৰে~ককাল
তোৰ হালি জালি
ৰাইজাই কৰা মন
বান্ধো কেনেকৈ
কচোন মৰমবোৰ
যাঁচো কেনেকৈ
বুকুৰ মাজত বেথা হেচি থৈ!
কোৰাচ
f/ফাগুনৰ বতাহজাকে~~~
লৰালে গছৰে পাত!
কিনো পিৰিতীয়ে পাই~~
কৰে মন ইচাট বিচাট!
কবিনে কেনেকৈ
কিনো কৰিলে
তোৰে বুকুৰ আপোন
হম দুদিনতে
ভাবি মনে কিবাখন কৰে
কোৰাচ/কোৰাচ
ট্ৰেক অনুৰোধ : PAPU