KK PRESENTs
jiban kosu pator pani short
zubeen bornali
জীৱন কচুপাতৰ পানী
নাথাকে চিৰদিন উপঙি
জীৱন নদী পাৰৰ বালি
পলকতে যাব যে খহি
মায়াময় জীৱনৰ নাপালো যে পাৰপাৰ
সমিধান বিচাৰি ভাঙিলো কামিহাড়
(অনাসাৰে কৰো সাহাকাৰ)২ অ
জীৱন মাজুলি চাপৰি
পৰিব তাত পলস উপচি
সোণালি হৈ চৈ হাহিব
বিলাই দিব জীৱন সুৰভী
মন ভাঙি বিদিবা ভাগৰোৱা নহবা
ধৰ্য্য হেৰোৱালে সকলো হব মিছা
(দুখৰ আঁৰত সুখকেই পাবা) (অ)৬