কানাই পাৰ কৰা হে
বেলিৰ পৰিল চঁয়া
নষ্ট হৈল' দুধেৰ
ভান্ডাৰ বাজাৰ হৈ'ল ব'য়া
কানাই পাৰ কৰা হে
বেলিৰ পৰিল চায়া
নষ্ট হৈ'ল দুধেৰ
ভান্ডাৰ বাজাৰ হৈল ব'য়া
নষ্ট হৈল দুধেৰ
ভাণ্ডাৰ বজাৰ হৈল বয়া
ও নাও ভৈলা তুলু বুলু
অ অ অ
বৈঠা ভৈলা ভাৰি
বৈঠা ভৈলা ভাৰি
কেমনে কৰিব পাৰ
ৰাধিকা সুন্দৰী
পাৰ কৰা হে
বেলিৰ পৰিল চায়া
নষ্ট হৈল দধিৰ ভাণ্ড
বজাৰ হৈল বয়া
নষ্ট হৈল দধি ভাণ্ড
বজাৰ হৈল বয়া
ও কাঠৰে দেশত থকা অ
কাঠৰ কিবা দুখ
কাঠৰ কিবা দুখ
ভাঙা নৈকাত পাৰ কৰি
কিবা পাৱা সুখ
কানাই পাৰ কৰা হে
বেলিৰ পৰিল চঁয়া
নষ্ট হৈল' দধিৰ
ভান্ডাৰ বাজাৰ হৈ'ল ব'য়া
নষ্ট হৈল দধিৰ
ভাণ্ডাৰ বজাৰ হৈল বয়া
ভাঙা নহয় চিঙা নহয়
গামেৰিৰে সাৰ
ভাঙা নহয় চিঙা নহয়
গামেৰিৰে সাৰ
হস্থী ঘোঁৰা পাৰ কৰো,
ৰাধাৰ কিমান ভাৰ
কানাই পাৰ কৰা হে
বেলিৰ পৰিল চঁয়া
নষ্ট হৈল' দুধেৰ
ভান্ডাৰ বাজাৰ গৈ'ল ব'য়া
নষ্ট হৈল দধি ভাণ্ডাৰ
বজাৰ হৈল বয়া
অ অ অ
ৰাধে বলে আহে
কানু অ অ
কিনু চল কৰা
কিনু চল কৰা
মথুৰাৰ ঘাটে যাও
শীঘ্ৰে পাৰ কৰা
কানাই পাৰ কৰা হে
বেলিৰ পৰিল চায়া
নষ্ট হৈল দধি ভাণ্ড
বজাৰ হৈল বয়া
নষ্ট হৈল দধি ভাণ্ডাৰ
বজাৰ হৈল বয়া
অন্য ৰাধেক পাৰ কৰিলে
লও আনা আনা
অন্য ৰাধেক পাৰ কৰিলে
লও আনা আনা
তই ৰাধাক পাৰ কৰিলা
লও কাণৰ সোণা
কানাই পাৰ কৰা হে বেলিৰ
পৰিল চঁয়া
নষ্ট হৈল' দুধেৰ
ভান্ডাৰ বাজাৰ গৈ'ল ব'য়া
পাৰ কৰা হে বেলিৰ
পৰিল চায়া
নষ্ট হৈল' দুধেৰ
ভান্ডাৰ বাজাৰ গৈ'ল ব'য়া(2)
ধন্যবাদ আকৌ আহিম পুৰণি সংগীত লৈ