Album=Moromi
Singer:Dipen Baruah &
Namita Bhattacharya
Music Director:Ramen Baruah
পুৰুষ:-নাহৰৰে কলি
দেখিছাঁ নে নাই
তোমাৰ চকুযুৰি দেখোঁ
তেনেকুৱাই
এনে নাই নাই নাই
দেখা নাই !
নাৰী :- যা: ছি ছি
লাজ লাগি যায়...
পুৰুষ:- নাহৰৰে কলি
দেখিছাঁ নে নাই
তোমাৰ চকুযুৰি দেখোঁ
তেনেকুৱাই
এনে নাই নাই নাই
দেখা নাই !
নাৰী :- ছি ছি
লাজ লাগি যায়...
Mmmusic
সকলো সংগীত
অনুৰাগীলৈ গীতটি উৎসৰ্গিত
Follow MrinalMedhi
পুৰুষ:-হ’ল ডাঙৰ আইজনী
গাত নাইচোন তৰণি
চাই চাই মৰম লাগি যায়..!
নাৰী :- ৰং লগাই নিদিবা
মন উৰা মাৰিব
হেৰুৱালে পাবলৈ নাই..!
পুৰুষ:-কাৰেং যে
সোণেৰে সজা..!
কেনে মজা ৰাণী হ’বা
আনি দিম ৰজা..
নাৰী :- যা: ছি ছি
লাজ লাগি যায়...
পুৰুষ:- নাহৰৰে কলি
দেখিছাঁ নে নাই
তোমাৰ চকুযুৰি দেখোঁ
তেনেকুৱাই
এনে নাই নাই নাই
দেখা নাই !
নাৰী :- ছি ছি
লাজ লাগি যায়...
Mmmusic
সকলো সংগীত
অনুৰাগীলৈ গীতটি উৎসৰ্গিত
Follow MrinalMedhi
পুৰুষ:-চাট মাৰি ধৰিছে
ৰূপ নে জুই জ্বলিছে
দেহা জ্বলি দেই পুৰি যায়...
নাৰী :- ভালপোৱা গংগালৈ
তাত গা ধুই আহাঁগৈ
তাতকৈ কি দিম উপায়...!
পুৰুষ:-সেইখন নৈ বাৰু কেনি ?
কিযে কৰোঁ অকলে
নাপাওঁ মই চিনি..
নাৰী :-ছি ছি
লাজ লাগি যায়...
পুৰুষ:-নাহৰৰে কলি
দেখিছাঁ নে নাই
তোমাৰ চকুযুৰি দেখোঁ
তেনেকুৱাই
এনে নাই নাই নাই
দেখা নাই !
নাৰী :-ছি ছি
লাজ লাগি যায়...
পুৰুষ:- নাহৰৰে কলি
দেখিছাঁ নে নাই
তোমাৰ চকুযুৰি দেখোঁ
তেনেকুৱাই
এনে নাই নাই নাই
দেখা নাই !
নাৰী :-ছি ছি
লাজ লাগি যায়...
ছি ছি লাজ লাগি যায়...
ছি ছি লাজ লাগি যায়...
ছি ছি লাজ লাগি যায়...
ছি ছি লাজ লাগি যায়... ৷৷