জয় আই অসম
M=মৰম লগাই লগাই ঐ...
কাংকান ঐ..
কি গতি কৰিলা মোক
কাংকান ঐ..
একোতে নবহে মন
গীত : মৰম লগাই লগাই
কণ্ঠ : নীল আকাশ,বৰ্ণালী কলিতা
এলবাম : মৰমী২০১৮
১ম ভাগ পুৰুষ ২য় মহিলা
M=লুইতত গৈ জাপে দিম
সাগৰত গৈ ওপঙিম
তুমি যদি মোৰ নোহোৱা
কেনেকৈ জীয়াই থাকিম
কেনেকৈ জীয়াই থাকিম
অ মোৰে কনেং ঐ
সঁচা প্ৰেমৰ কেছা তেজৰ চিন
তোমাক এৰি থাকিব নোৱাৰিম
~~~~~~~~ [++
F=আশাৰ সপোন বুকুত লৈ
ৰৈ আছো মানাম তোমালৈ
নান ঐ বাপ ঐ যদি নিদিয়ে
পলাই যাম আমি দুৰলৈ
পলাই যাম আমি দুৰলৈ
অ মোৰে মেনাম ঐ
অৰুনাচলৰ ডফলা গাৱলৈ
আৰু ঘুৰি নাহো গোগামুখলৈ
~~~~~++++ ~~~~
ষ্টাৰমেকাৰ আপলোড : BIJIT_শিৱসাগৰীয়া
M=নদী দ্বীপ শুৱনি মাজুলী
তুমি কনেং মোৰ ধেমাজীৰ
মৰম আছে বুকুভৰি
দিমে তোমাক উজাৰি
দিমে তোমাক উজাৰি
অ মোৰ কনেং ঐ
দঞি পলঃক সাক্ষী কৰি লৈ
মেনাম তুমি মোৰ জনম জনমলৈ
~~~~~~~~¥¥____¥¥¥¥
ট্ৰেক অনুৰোধ : Silpiসুৰবাহিনী
অ অ নৈৰ কাষৰ ঝাওবন
মেনাম তোমাৰ সঁচামন
খুলি দিম তোমাক হিয়াখন
মৰম দিবা আজীৱন
মৰম দিবা আজীৱন
অ মোৰে মেনাম ঐ
সঁচা প্ৰেমৰ কেছা তেজৰ চিন
তোমাক এৰি থাকিব নোৱাৰি
M=অ মোৰ কনেং ঐ....
F=অ মোৰ মেনাম অ...
M/F=সঁচা প্ৰেমৰ কেছা তেজৰ চিন !