menu-iconlogo
huatong
huatong
avatar

Abhiman 😏 অভিমান

Nilakshi Neoghuatong
ßðrå.𝐊🎻সন্ধ্যাৰাগ♏🎻huatong
歌詞
作品
অভিমান

নিলাক্ষী নেওগ

সৰু সৰু কথাতেই

কিয় অভিমান কৰা

আজিকালি দেখিছো

সকলোতে ভূল ধৰা

ইমাম মৰম নে সঁচাকে মোলৈ

কৈ দিয়া না সোণ

নোকোৱানো কেলৈ

সৰু সৰু কথাতেই

কিয় অভিমান কৰা

আজিকালি দেখিছো

সকলোতে ভূল ধৰা

((সন্ধ্যাৰাগ))

Music

studio

অভিমানী মুখনিলে চাই

আইঐ দেহি মৰম বাঢ়ি যায়

সৰু সৰু কথাবোৰে গৈ জানা বুকুতে খুন্দিয়াই

দুৰু দুৰু উসাহতে ভালপোৱা বোৰে যে ৰিঙিয়াই

ইমাম মৰম নে সঁচাকে মোলৈ

কৈ দিয়া না সোণ

নোকোৱানো কেলৈ

S Music S

হিয়াৰ মাজত আঁকিলাই যদি

সচাঁ নিভাঁজ প্ৰেমৰে ছবি

মই বেয়া পাম জানোচা বুলি নিজকে কৰা খং

কিয় বাৰু মনতে সামৰি থৈ কৰাযে তেনেখন

ইমাম মৰম নে সঁচাকে মোলৈ

কৈ দিয়া না সোণ

নোকোৱানো কেলৈ

সৰু সৰু কথাতেই

কিয় অভিমান কৰা

আজিকালি দেখিছো

সকলোতে ভূল ধৰা

লা, লা, লা,,,×4

Thanks for using

Borah Kaliabor

ধন্যবাদ

更多Nilakshi Neog熱歌

查看全部logo

猜你喜歡