menu-iconlogo
huatong
huatong
rajib-sadiya-noiye-holaleu-huti-cover-image

Noiye holaleu Huti🎶🎧

RAJIB SADIYAhuatong
✍️𝐋𝐢𝐩𝐢✨লিপি🌿huatong
歌詞
作品
অ নৈয়ে সলালেও সুঁতি

সাগৰলে ব'ব

মোক এৰিলেও তুমি

স্মৃতি থাকি যাব।

Music ? ? ?

অ নৈয়ে সলালেও সুঁতি

সাগৰলে বব

মোক এৰিলেও তুমি

স্মৃতি থাকি যাব

অ নৈয়ে সলালেও সুঁতি

সাগৰলে বব

মোক এৰিলেও তুমি

স্মৃতি থাকি যাব

অথাই সাগৰত যদি

মোকে ঠেলি দিয়া

মোকে কন্দুৱাই তুমি

আনৰ যদি হোৱা

এদিন তুমি নিজেও কান্দিবা

তুমি জানানে

এদিন তুমি নিজেও কান্দিবা

? লিপি?

ক'লা হলেও কুলি

কাউৰিতো নহয়

কথা সলালেও তুমি

সঁচা মিচা নহয়

ক'লা হলেও কুলি

কাউৰিতো নহয়

কথা সলালেও তুমি

সঁচা মিচা নহয়

হ অ নাভাবিবা মোকে এৰি

সুখত থাকিম বুলি

অতীতৰ স্মৃতিবোৰে

কৰিব আমনি

তেতিয়া তুমিও ভূগিবা

তুমি জানানে

তেতিয়া তুমিও ভূগিবা

Track Upload

? লিপি?

ফুল মৰহি গ'লে

গছৰ তলহে ভৰে

মৰহা ফুলৰ পাহিত

আদৰ জানো পৰে

ফুল মৰহি গ'লে

গছৰ তলহে ভৰে

মৰহা ফুলৰ পাহিত

আদৰ জানো পৰে

মোকে কন্দুৱাই যদি

আনৰ হ'ব খোজা

মোকে পাহৰি তুমি

আনৰ যদি হোৱা

এদিন তুমি নিজেও কান্দিবা

তুমি জানানে

এদিন তুমি নিজেও কান্দিবা

তুমি জানানে

নৈয়ে সলালেও সুঁতি

সাগৰলে বব

মোক এৰিলেও তুমি

স্মৃতি থাকি যাব

অথাই সাগৰত যদি

মোকে ঠেলি দিয়া

মোকে কন্দুৱাই তুমি

আনৰ যদি হোৱা

এদিন তুমি নিজেও কান্দিবা

তুমি জানানে

এদিন তুমি নিজেও কান্দিবা

তুমি জানানে

এদিন তুমি নিজেও কান্দিবা

তুমি জানানে

এদিন তুমি নিজেও কান্দিবা।

更多RAJIB SADIYA熱歌

查看全部logo

猜你喜歡