menu-iconlogo
huatong
huatong
rajib-sadiya-rajniti-by-rajib-sadiya-cover-image

Rajniti By Rajib Sadiya

RAJIB SADIYAhuatong
BIJIT_শিৱসাগৰীয়াhuatong
歌詞
作品
গীত:ৰাজনীতি

কণ্ঠ:ৰাজীৱ শদিয়া

কথা,সুৰ:ৰাজীৱ শদিয়া,সঞ্জীৱ বৰা

সংগীত:পৰশ উজ্জ্বল

জয় আই অসম

ইচ্ছাই অনেক গাঁও বোৰ শুহিলে

মন বোৰ শুহিলে টকাই

বোলো মনবোৰ শুহিলে টকাই

ৰাজনীতিয়ে সমাজখন ভাঙিলে

আঁতৰি গল,মোৰ ককাই

আঁতৰি গল,মোৰ ককাই...

ধৰ্মৰ বৰঘৰত নেতাৰ খোজ পৰিলে

সেইদিনাই বিভেদে থিতাপি ললে

ধৰ্মৰ বৰ ঘৰত নেতাৰ খোজ পৰিলে

সেইদিনাই বিভেদে থিতাপি ললে

জুই লগা শব্দই সমাজখন ভাঙিলে

জুই লগা শব্দই সমাজখন ভাঙিলে

ইভাগে নোৱাৰি বলে...

ইভাগে নোৱাৰি বলে...

ইচ্ছাই অনেক গাঁও বোৰ শুহিলে

মনবোৰ শুহিলে টকাই ...

ট্ৰেক আপলোড:BIJIT_শিৱসাগৰীয়া

অন্ন বস্ত্ৰ বাসস্থান

নে ধৰ্ম উৰ্দ্ধত নৰৰ বাবে

~~~~~~~~~••••

অন্ন বস্ত্ৰ বাসস্থান

নে ধৰ্মৰ উৰ্দ্ধত নৰৰ বাবে

নিচাত মচগুল অন্ধ মগজুৱে

জীৱনৰ অৰ্থ কেনেকৈ ভাৱে

ধৰ্মৰ আফিঙৰ প্ৰচাৰ বাঢ়িছে

কানিয়া সমাজক যোগাব কোনে

ধৰ্ম আফিঙৰ প্ৰচাৰ বাঢ়িছে

কানিয়া সমাজক যোগাব কোনে

চকু থকা সকলেও জাগ্ৰত নকৰে

চকু থকা সকলেও জাগ্ৰত নকৰে

সাৰ পালে বেপাৰ আৰু নচলে জানে

সাৰ পালে বেপাৰ যে নচলে জানে

ইচ্ছাই অনেক গাঁও বোৰ শুহিলে

মনবোৰ শুহিলে টকাই

ট্ৰেক অনুৰোধ:কনক দাস

বৰ অসমৰে বৰ ঘৰ ডুবিলে

বৰ নামঘৰতে চাকি ধূপ জ্বলা..

বৰ নামঘৰতে চাকি ধূপ জ্বলা

~~~~~~~~~~••••

বুঢ়া লুইতৰে বানে গঢ় ভাঙিলে

বান্ধোগৈ মিলি ঐ সকলো ওলা!

বুঢ়া লুইতৰে বানে গঢ় ভাঙিলে

বান্ধোগৈ মিলি ঐ সকলো ওলা!

পিৰালিৰ কাষতে লং বন গজিছে

চকুত মোৰ পোৰনি উঠে

বৰ চাং ঘূণে খায়

গৃহস্থৰ খবৰ নাই

মকৰাই মায়াজাল গুঠে

পিটনি ভৰিলে বিহ মেটেকাৰে

পুখুৰীত ভৰিলে পুনি

সাৱধান হবৰ হল

শিঙি মাছ সোমালে

সাপেও পাৰিছে কণী

সাপেও পাৰিছে কণী..

ইচ্ছাই অনেক গাঁও বোৰ শুহিলে

মন বোৰ শুহিলে টকাই

ৰাজনীতিয়ে সমাজখন ভাঙিলে

আঁতৰি গল,মোৰ ককাই

আঁতৰি গল,মোৰ ককাই

আঁতৰি গল,মোৰ ককাই

更多RAJIB SADIYA熱歌

查看全部logo

猜你喜歡