menu-iconlogo
huatong
huatong
avatar

Motoliya 2.0

Sannidhya Bhuyanhuatong
pnutsgurl08huatong
歌詞
作品
হিয়াৰ বাহিৰ সুৰ হোৱানা

সুৰেৰে দিয়ানা প্ৰেৰণা

হিয়াৰে সাৱটি ৰোৱানা

প্ৰেমৰ অযুট বাসনা

ও.. প্ৰেমৰ অযুট বাসনা

ও.. প্ৰেমৰ অযুট বাসনা

হিয়াৰ বাহিৰ সুৰ হোৱানা

সুৰেৰে দিয়ানা প্ৰেৰণা

হিয়াৰে সাৱটি ৰোৱানা

প্ৰেমৰ অযুট বাসনা

গীতেৰে সুৰেৰে হিয়াৰ আবেগেৰে

প্ৰণয়ৰ ছবি আকানা

মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ

দুচকুৰ ভাখাৰে কোৱানা

গীতেৰে সুৰেৰে হিয়াৰ আবেগেৰে

প্ৰণয়ৰ ছবি আকানা

মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ

দুচকুৰ ভাখাৰে কোৱানা

তুমি মোৰ মনজ্যোৎস্না

হৃদয়ৰে হাষ্ণাহানা

তুমি মোৰ মনজ্যোৎস্না

হৃদয়ৰে হাষ্ণাহানা

পৰা নৰা ক'লে কামনা

পাহৰাই হিয়াৰে বেদনা

সুৰেৰে শিক্ত কৰানা

ৰিক্ত হিয়াৰ ৰচনা

পৰা নৰা ক'লে কামনা

পাহৰাই হিয়াৰে বেদনা

সুৰেৰে শিক্ত কৰানা

ৰিক্ত হিয়াৰ ৰচনা

গীতেৰে সুৰেৰে হিয়াৰ আবেগেৰে

প্ৰণয়ৰ ছবি আকানা

মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ

দুচকুৰ ভাখাৰে কোৱানা

গীতেৰে সুৰেৰে হিয়াৰ আবেগেৰে

প্ৰণয়ৰ ছবি আকানা

মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ

দুচকুৰ ভাখাৰে কোৱানা

তুমি মোৰ মনজ্যোৎস্না

হৃদয়ৰে হাষ্ণাহানা

তুমি মোৰ মনজ্যোৎস্না

হৃদয়ৰে হাষ্ণাহানা

更多Sannidhya Bhuyan熱歌

查看全部logo