KK PRESENTs
ki je palu tumak bukute
Zubeen malabika
tumi mur mathu mur
কি যে পালো তোমাক বুকুতে
তুলি ল'লো হিয়াৰে দাপোনতে
সাঁমৰিলো দিঠকে সপোনে
কি যে হ'লা আহি বুকুতে
আঁকি থ'লো তোমাক দুনয়নতে
আঁকি থ'লো গোপনে গোপনে
তুমি মোৰ....
তুমি মোৰ মাঁথো মোৰ
কি যে পালো তোমাক বুকুতে
তুলি ল'লো হিয়াৰে দাপোনতে
সামৰিলো দিঠকে সপোনে
music
উম ৰূপোৱালী তুমি এটি সৰোবৰ জোনালী
কাঁচিয়লি সুঁৰুয তুমি পোহৰৰ ৰ'দালি
নানিবা কথাৰে বাণ
এনেই উৰণীয়া মন
উপমা উপমা আৰু নাপালো বিঁচাৰি
সুখমা সুখমা এনেয়ে সুৱনি
তেনেকৈ নকবা সোণ
লাজে আহি আঁৱৰে চোন
ৰাখিবা অনুৰাগ প্ৰেমতে
তেজতে বুকুৱে
কি যে পালো তোমাক বুকুতে
তুলি ল'লো হিয়াৰে দাপোনতে
সাঁমৰিলো দিঠকে সপোনে
কি তে হ'লা আহি বুকুতে
আকি থ'লো তোনাক দুনয়তে
আকি থলো গোপনে গোপনে
music
হুম আতৰি আতৰি ৰোৱা কিয়নো নৰবা
পাঁহৰি পাঁহৰি যোৱা সুৰকে নাগাবা
আছো কাষতে সদায়
মিলনৰে গীতি গায়
হুম বাগৰি বাগৰি যোৱা মৰমবোৰ জানিবা
ভাগৰি ভাগৰি নপৰা হেপাহ ৰাখিবা
মৰম জানি ল'লো মই
হেপাহ ৰাখিলো সচাই
উলাবা অনুভৱ প্ৰেমৰে
বুকুৱে বুকুৱে
কি যে পালো তোমাক বুকুতে
তুলি ল'লো হিয়াৰে দাপোনতে
সাঁমৰিলো দিঠকে সপোনে
কি যে হ'লা আহি বুকুতে
আঁকি থ'লো তোমাক দুনয়নতে
আঁকি থ'লো গোপনে গোপনে
তুমি মোৰ....
তুমি মোৰ মাঁথো মোৰ
কি যে পালো তোমাক বুকুতে
তুলি ল'লো হিয়াৰে দাপোনতে
সামৰিলো দিঠকে সপোনে
ধন্যবাদ