menu-iconlogo
huatong
huatong
zubin-garg-mur-mon-roi-roi-binale-cover-image

Mur Mon // Roi Roi Binale

Zubin Garghuatong
由Bitupon_Duarah上傳
গীত:মোৰ মন

কথা/সুৰ/কণ্ঠ/সংগীত:

জুবিন গাৰ্গ

বোলছবি: "ৰৈ ৰৈ বিনালে"

°°°°°°′°

মোৰ মন ,দুচকুত

অসহায় অকলশৰে

মোৰ স্পৰ্শৰ মোৰ আকাশ

আছেই একেথৰে

মোৰ মন, মোৰ বুকুত

লিখে একেই আখৰে

মোৰ মন, মোৰ ছৱি

আঁকে একেই সাঁথৰে

মোৰ মন ,দুচকুত

অসহায় অকলশৰে

মোৰ স্পৰ্শ মোৰ আকাশ

আঁকেই একেথৰে

°°°°°°°°°°°

ট্ৰেক আপলোড:

বিতোপন দুৱৰা//০৭/১০/২০২৫

°°′°°°°°°°°

মোৰ আঁউসীৰ জোনে

আজি পোহৰ বিচাৰে

মোৰ স্বপ্নভৰা গানে

ওঁঠেৰে নিগৰে

মোৰ ডেউকাৰ ক'লা ৰং

শুভ্ৰ হ'ব খোজে

মোৰ কাজলী ৰাতি

বৰ্ণিল হ'ব খোজে

মোৰ মন ,দুচকুত

অসহায় অকলশৰে

মোৰ স্পৰ্শৰ বলাকাক

বিচাৰা নিজৰ দৰে

মোৰ মন হয় পাথৰ

খুন্দি খুন্দি ভিতৰে

মোৰ তীব্ৰ কোলাহল

ৰচে একেই সাঁথৰে

মোৰ মন ,দুচকুত

অসহায় অকলশৰে

মোৰ স্পৰ্শৰ বলাকাক

বিচাৰা নিজৰ দৰে

"জয় জুবিন দা"

"জয় আই অসম"

ধন্যবাদ

熱門翻唱

猜你喜歡

查看更多logo

相關歌單

查看更多logo