ইমান ধুনীয়াকৈ UHD
Dipen Borua Renu Borua
Old is gold
1st part Male 2nd part Female
ইমান ধুনীয়াকৈ কোনে সৰজিলে
কোনে সৰজিলে
কোনে নামে দিলে জয়া
তোকে আনিবলৈ মনে যে বলিয়া
মনে যে বলিয়া
কৰিব নোৱাৰোঁ বিয়া
বেয়া লাগে দেই......
আহ ও তই পিলিঙা
যাৱ ও তই পিলিঙা
যাওৱ তই পিলিঙা
বাতৰ মৰে দুবৰী বন
মুকে ঐ পিলিঙা
নিব কে লাগিলে
নিব কে লাগিলে
ভৰিব লাগিব ধন
দেহি ঐ....
Music
তোকে ঐ নিবৰে মন
তোকে ঐ নিবৰে মন
যেনে তেনে কৰি
নিমে ঐ হাদৰী
লাগিলে ভৰিমে ধন
চেনাই কেঁচা সোণ
তোৰে সমান হব কোন
অ চেনাই অ সোনাই
লাগিলে ভৰিমে ধন
এই হে হে হে...
আকাশত উৰিলে মলয়াত ঘুৰিলে
মলয়াত ঘুৰিলে
কাৰে যোৰে লগা পাৰ
তয়ে যে পিলিঙা মোকে নিব খোজ
মোকে নিব খোজ
কিমান ধন ভাঙিব পাৰ
হয়নে.........
Music
হালৰে বেচিমে চেনাই
কজ্বলা দমৰা কজ্বলা দমৰা
গোহালিৰ বেচিমে গাই
তেওঁ যদি ধনেৰে চেনাই
যুৰাব নোৱাৰোঁ যুৰাব নোৱাৰোঁ
বেচিম হুদৰৰে ভায়
কতে মৰো মই......
আইবেলি বানে হে বান
আইবেলি বানে হে বান
আইবেলি বহাগত নিব নোৱাৰিলে
দেহালৈ পৰিব টানে
মোৰে কেঁচা সোণ তোৰে সমান হব কোন
অ মোৰে সোণাই অ
দেহলৈ পৰিব টান.....
জান ঐ........
Music
এ ভনী জয়ামাই হাতে কি শুৱনি
এ ভনী জয়ামাই দবোৱা কটাৰী
এ ভনী জয়ামাই দাবে কি মহৰে শিং
এ ভনী জয়ামাই এইবেলি চেনাই ঐ
এ ভনী জয়ামাই চিন্তা নকৰিবি
এ ভনী জয়ামাই ঘূৰি বহাগতে নিমে
ভনী জয়ামাই তোকে আনিবলৈ..
ঐ........
তামোল পান দিবলৈ....
ঐ........
মোৰ হলে ককাই ভাই নাই
আজই...........
হাঁহে বাটে বোলে লুদুৰে পুদুৰে
লুদুৰে পুদুৰে
পাৰই বাটে বোলে ৰৈ
আমি বাটে বোলোঁ
চেউনি আলিয়ে
চেউনি আলিয়ে
লগৰ সমনীয়া লগৰ সমনীয়া গৈ..
Happy Singing