menu-iconlogo
huatong
huatong
avatar

Konay Aji Aabeli

Dipen Baruahuatong
Mrinal-Medhihuatong
Lyrics
Recordings
পুৰুষ:-কোনে আজি আবেলি

মৰম নিলেহি তুলি

কোনে আজি আবেলি

মৰম নিলেহি তুলি

নাৰী সকল:-এই বেলুনেই !

ৰঙা বেলুনেই !

দূৰণিৰ মেঘলৈ

আকাশৰ বুকুলৈ

পুৰুষ:-কোনে আজি আবেলি

মৰম নিলেহি তুলি

নাৰী সকল:-এই বেলুনেই !

ৰঙা বেলুনেই !

দূৰণিৰ মেঘলৈ

আকাশৰ বুকুলৈ

🎵🎵Mmmusic🎵🎵

🔔Follow@ MrinalMedhi

পুৰুষ:-তেনে বেলুনত উঠি

(এ) জোনলৈ ওলোৱা

জোনৰে পিঠিতে

তবলা বজোৱা !

নাৰী সকল:-বাৰু যাম এতিয়াই

পিকনিক খাম এতিয়াই

তোমাৰে বেলুনটি

ডাঙৰকৈ সজোৱা..!

পুৰুষ:- নামি আহিবা কেনেকৈ ?

মনত পৰিলে ঘৰলৈ ?!

নাৰী সকল:- এই মাটিয়েই

টানি আনিব..

মায়া জৰিয়ে

আকৌ মাটি লৈ !

🎵🎵Mmmusic🎵🎵

🔔Follow@ MrinalMedhi

পুৰুষ:-সৌ আকাশে যদি

তৰাৰে ফুলৰে

জিলিকা পাপৰি

দিয়েহি চটিয়াই..!

নাৰী সকল:-আমি বনফুলৰে

চিনাকী সুৰভি

আকাশৰ পিনলৈ !

দিম যে উৰুৱাই !

পুৰুষ:-এতিয়া গুণগুণাব !

ক’ৰেনো মৌমাখি !

নাৰী সকল:-আমি নাজানোঁ

আমি নাজানোঁ

পুৰুষ:-(অ’) ময়ো নাজানোঁ

কোনেও নাজানে !

সকলোৱে :-কোনেও নাজানে !

কোনেও নাজানে !

কোনেও নাজানে !

কোনেও নাজানে !

কোনেও নাজানে !

More From Dipen Barua

See alllogo

You May Like