menu-iconlogo
huatong
huatong
dolly-gosh-gungunao-tetiya-cover-image

Gungunao Tetiya

Dolly Goshhuatong
MrinalM_star63386139huatong
Lyrics
Recordings
গুনগুনাওঁ তেতিয়া

যেতিয়া ফুলে মোৰ

ফুলনি ভৰি ৰজনীগন্ধা

বুকুৰ মাজত

নামিব খোজে মোৰ

সুৰৰ অলকানন্দা

সুৰৰ অলকানন্দা

গুনগুনাওঁ তেতিয়া …… II

মৃনাল মেধি আৰু

অ° পৰাগ কুমাৰ বৰ্মনৰ

সৌজন্যত

ফাগুনে ৰঙাখিনি সিঁচিদিয়ে

আলফুলে পৃথিৱীলৈ

শৰতে নিয়ৰখিনি সিঁচিদিয়ে

আলফুলে দুবৰিলৈ

ভাললাগে তেতিয়া

যেতিয়া শেৱালীৰে

চোঁতাল ভৰে শৰতৰ সন্ধ্যা

বুকুৰ মাজত

নামিব খোজে মোৰ

সুৰৰ অলকানন্দা

সুৰৰ অলকানন্দা

গুনগুনাওঁ তেতিয়া……।।

Mmmusic

আবেলি আকাশতো

এজাক চৰাই

উৰি উৰি উৰে দূৰণিলৈ

অলিটিয়ে উলাহতে

গুনগুনাই

উৰি উৰি উৰে

ফুলনিলৈ

ভাললাগে তেতিয়া

যেতিয়া পৃথিৱীলৈ

জোনাক নামে

শৰতৰ সন্ধ্যা

বুকুৰ মাজত

নামিব খোজে মোৰ

সুৰৰ অলকানন্দা

সুৰৰ অলকানন্দা

গুনগুনাওঁ তেতিয়া

যেতিয়া ফুলে মোৰ

ফুলনি ভৰি ৰজনীগন্ধা

বুকুৰ মাজত

নামিব খোজে মোৰ

সুৰৰ অলকানন্দা

সুৰৰ অলকানন্দা

গুনগুনাওঁ তেতিয়া……।।

More From Dolly Gosh

See alllogo

You May Like