menu-iconlogo
huatong
huatong
avatar

Mora Putra Tonatoni (মʼৰা পুত্ৰ টনাটনি)

জুবিন গাৰ্গhuatong
☆Dr.hemant☆সুৰবাহিনীhuatong
Letras
Grabaciones
মৰা পুত্ৰ টনাটনি

কণ্ঠ: জুবিন গাৰ্গ

কথা: পৰম্পৰাগত

Track: Dr.hemanta.সুৰবাহিনী

* * * * * *

মৰা পুত্ৰ টনাটনি

কৰে দুয়ো ৰজা ৰাণী

মৰা পুত্ৰ টনাটনি

কৰে দুয়ো ৰজা ৰাণী

বুকুতে সাবতিলৈ

কান্দি হিয়াঁ ধুনি

বুকুৰে ধন গুণমনি

ক’ত গলি তই সোনমনি

বুকুৰে ধন গুণমনি

ক’ত গলি তই সোনমনি

* * * * * *

কি অ . . . ৰাণীয়ে সাৱতিলৈ

কান্দিয়া কান্দিয়া কয়

বুকুৰ কলিজা বাচা

এবাৰ তই মা বুলি মাত ঐ

বুকুৰে ধন গুণমনি

ক’ত গলি তই সোনমনি

বুকুৰে ধন গুণমনি

ক’ত গলি তই সোনমনি

* * * * * *

বুকুতে সাৱতিলৈ

কান্দে ৰজা আকুল হৈ

বুকুতে সাৱতিলৈ

কান্দে ৰজা আকুল হৈ

বুকুৰ কলিজা বাচা

এবাৰ তই পিতা বুলি মাত ঐ

বুকুৰে ধন গুণমনি

ক’ত গলি তই সোনমনি

বুকুৰে ধন গুণমনি

ক’ত গলি তই সোনমনি

* * * * * *

কি অ . . . য’ত ক্ষতি নিগন

কৰে সবে আলোচন

কান্দি কান্দি আহে সেই ঠাই

আমাৰ ঘৰে জন্ম ল’লি

এশজনি মাতৃ পালি

আমাৰ ঘৰে জন্ম ল’লি

এশজনি মাতৃ পালি

নয়ন জোৰালো তোকে চাই

বুকুৰে ধন গুণমনি

ক’ত গলি তই সোনমনি

বুকুৰে ধন গুণমনি

ক’ত গলি তই সোনমনি

বুকুৰে ধন গুণমনি

ক’ত গলি তই সোনমনি

বুকুৰে ধন গুণমনি

ক’ত গলি তই সোনমনি

বুকুৰে ধন গুণমনি

ক’ত গলি তই সোনমনি

বুকুৰে ধন গুণমনি

ক’ত গলি তই সোনমনি

বুকুৰে ধন গুণমনি

ক’ত গলি তই সোনমনি

বুকুৰে ধন গুণমনি

ক’ত গলি তই সোনমনি

বুকুৰে ধন গুণমনি

ক’ত গলি তই সোনমনি

বুকুৰে ধন গুণমনি

ক’ত গলি তই সোনমনি

বুকুৰে ধন গুণমনি

ক’ত গলি তই সোনমনি

Más De জুবিন গাৰ্গ

Ver todologo

Te Podría Gustar