menu-iconlogo
huatong
huatong
avatar

Ardhangini✓ Assamese Theatre Song

Nilakshi Neoghuatong
BIJIT_শিৱসাগৰীয়া💢🎸huatong
Letras
Grabaciones
গীত : অৰ্ধাঙ্গিনী

এলবাম : অৰ্ধাঙ্গিনী(আৱাহন থিয়েটাৰ২৩-২৪)

কণ্ঠ : নিলাক্ষী নেওগ,সুৱাসনা দত্ত

জয় আই অসম

টোপ টোপ চেঁচা নিয়ৰ সৰে

কোমল শেতা দুচকুলে

~~~~

ঘন ঘন নিজম সোঁৱনিয়ে

অবুজ মনকে আৱৰে

সপোন সপোন"লগা জীৱন

হঠাতে যায় ভাগি

আপোন আপান লগা মৰম

কেনি গল উটি ভাহি

তুমি আছা বাবেই

মইয়ো আছো

শূণ্যতাৰ সেই ৰাগিনী

মই আছো বাবেই

তুমি কোৱা

মই তোমাৰ অৰ্ধাঙ্গিনী

মই তোমাৰ অৰ্ধাঙ্গিনী

অৰ্ধাঙ্গিনী,অৰ্ধাঙ্গিনী,

অৰ্ধাঙ্গিনী মই তোমাৰ

অৰ্ধাঙ্গিনী মই তোমাৰ

মই তোমাৰ

ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া

এমুঠি দুমুঠি কৈ

হেঁপাহৰে বালি লৈ

হাত হাত ধৰি

সাজিছিলো বালিঘৰ

উৰো উৰো উৰো কৈ

মায়াৰে আঁচল থৈ

ৰুধিলো সৌ কোবাল বতাহক

তুমি আছা বাবেই

মইয়ো আছো

উকা উকা জীৱনি

মই আছো বাবেই

তুমি কোৱা

মই তোমাৰ অৰ্ধাঙ্গিনী

মই তোমাৰ অৰ্ধাঙ্গিনী

অৰ্ধাঙ্গিনী,অৰ্ধাঙ্গিনী,

অৰ্ধাঙ্গিনী মই তোমাৰ

অৰ্ধাঙ্গিনী মই তোমাৰ

মই তোমাৰ

Track Request : পূৰৱী দত্ত

নিচিনো নিচিনো কৈ

অচিন বাটতে ৰৈ

চিনিলো বহু নিলাজ

নিলাজ আদৰ

এধানি এধানি কৈ

দুখকে বুটলি লৈ

লিখিলো সুখ মানেই এটি

এটি অজান সাথৰ

তুমি আছা বাবেই

মইয়ো আছো

মৰুভূমিৰ অভাগিনী

মই আছো বাবেই

তুমি কোৱা

মই তোমাৰ অৰ্ধাঙ্গিনী

মই তোমাৰ অৰ্ধাঙ্গিনী

অৰ্ধাঙ্গিনী,অৰ্ধাঙ্গিনী,

অৰ্ধাঙ্গিনী মই তোমাৰ

অৰ্ধাঙ্গিনী মই তোমাৰ

মই তোমাৰ...

ধন্যবাদ সহকাৰে

Más De Nilakshi Neog

Ver todologo

Te Podría Gustar