শিৰতে থাপিলো
শঙ্কৰ শিৰোমণি
কন্ঠতে থাপিলো নাম
হৃদয়ত থাপিলো
দুয়োজনা গুৰু
যেতিয়াই বিছাৰো পাম
ও ৰাম ৰাম
গুৰু আমাৰ প্ৰাণৰে প্ৰাণ ৷৷
Mmmusic
(অভিনব শৰ্মা,নিৰঞ্জন দাস,
মৃনাল মেধি ৰ সৌজন্যত)
Starmakerstudios.com
1:শিৰতে থাপিলো
শঙ্কৰ শিৰোমণি
কন্ঠতে থাপিলো নাম
হৃদয়ত থাপিলো
দুয়োজনা গুৰু
যেতিয়াই বিছাৰো পাম
ও ৰাম ৰাম
গুৰু আমাৰ প্ৰাণৰে প্ৰাণ ৷৷
2:শিৰতে থাপিলো
শঙ্কৰ শিৰোমণি
কন্ঠতে থাপিলো নাম
হৃদয়ত থাপিলো
দুয়োজনা গুৰু
যেতিয়াই বিছাৰো পাম
ও ৰাম ৰাম
গুৰু আমাৰ প্ৰাণৰে প্ৰাণ ৷৷
1:ভাওনাতে শঙ্কৰ
কীৰ্তনতে শঙ্কৰ
শঙ্কৰ দশমৰ পাতত
হেজাৰি ঘোষাৰে
মাধৱ বঢ়ৰ পো
পাবা বৰগীতৰ সুৰত৷৷
2: ও ৰাম ৰাম
পাবা খোল তালৰ মাজত
শিৰতে থাপিলো
শঙ্কৰ শিৰোমণি
কন্ঠতে থাপিলো নাম
হৃদয়ত থাপিলো
দুয়োজনা গুৰু
যেতিয়াই বিছাৰো পাম
ও ৰাম ৰাম
গুৰু আমাৰ প্ৰাণৰে প্ৰাণ ৷৷
Mmmusic
1:শঙ্কৰ অনুপম
শঙ্কৰ নিৰুপম
শঙ্কৰ বিনে নভজো আন
নিজ গুৰু থাকোন্তে
আনক ভজয়
সংগ নিদিবা তেনে মুৰ্হক ৷৷
2:ও ৰাম ৰাম
শঙ্কৰ যে থাকক প্ৰাণৰ
কৃষ্ণ
শিৰতে থাপিলো
শঙ্কৰ শিৰোমণি
কন্ঠতে থাপিলো নাম
হৃদয়ত থাপিলো
দুয়োজনা গুৰু
যেতিয়াই বিছাৰো পাম
ও ৰাম ৰাম
গুৰু আমাৰ প্ৰাণৰে প্ৰাণ ৷৷
Mmmusic
1:সত্য যুগৰ গুপ্ত হৰি
নামৰ নিজৰা
ও..কলিত শঙ্কৰে আনে
বৈকুণ্ঠৰ পৰা
শ্ৰৱণ কীৰ্তন কৰা
কলিত হৰি নাম
নামক জানিবা বান্ধৈ
অমৃত সমান ৷৷
Mmmusic
1:লোৱা নামহে হে নাম লোৱা
এই নামেহে বৈকুণ্ঠক পাবা ৷
2:লোৱা নামহে হে নাম লোৱা
এই নামেহে বৈকুণ্ঠক পাবা ৷
1:ৰাম নামৰে নৌকা বান্ধি
হৃদয়ত তুমি থাপনা পাতি
ভকতি কথাৰেই গুৰি ধৰি ধৰি
নামকে সাবতি ধৰা ৷৷
2:নামহে হে নাম লোৱা
এই নামেহে বৈকুণ্ঠক পাবা
নামহে হে নাম লোৱা
সেই নামেহে বৈকুণ্ঠক পাবা ৷৷
1:নাম নামি আহে বৈকুণ্ঠৰ পৰা
আজলীৰে ভকত সব লোৱা ৷
2:নামি আহে বৈকুণ্ঠৰ পৰা
আজলীৰে ভকত সব লোৱা ৷
1:নামে কৰাবো
নামে সজাবো
ভক্তি বঢ়াবো
বিঘিণি ঘটাব
হৃদয়তে বান্ধি
নামৰে ধ্বনি
নামৰে মহিমা বুজা ৷৷
2:নামহে হে নাম লোৱা
এই নামেহে বৈকুণ্ঠক পাবা
নামহে হে নাম লোৱা
এই নামেহে বৈকুণ্ঠক পাবা ৷
লোৱা নামহে হে নাম লোৱা
এই নামেহে বৈকুণ্ঠক পাবা