গীত:বেয়া পাবা নেকি কোৱা ?
কণ্ঠ:আচুৰ্য্য বৰপাত্ৰ,নীলাভ নীতা
কথা,সুৰ,:অজয় ফুকন,অভিজিত ভট্টাচাৰ্য্য
সংগীত ব্যৱস্থাপনা:দ্বীপকেশ বৰগোহাঁই
আৱাহন থিয়েটাৰ ২০২৫-২৬ বৰ্ষ
নাটক:গিৰিপ গাৰাপ কইনা আহিছে
জয় আই অসম((humming include)
m/অ ভাল পাবলে ভয় লাগে
যদি তুমি আঁতৰি যোৱা
~~~~~~~~••••
অ মৰম দিবলে ভয় লাগে
যদি তুমি আমনি পোৱা
~~~~~~~~••••
f/অ বুকুত শুবলে লাজ লাগে
যদি তুমি সাৱটি ধৰা
অ আদৰ দিবলে লাজ লাগে
যদি তুমি খামুছি ধৰা
m/এ মনে মনে কও
এটি কথা
প্ৰেমতে পৰিছো তোমাৰ
বেয়া পাবা নেকি কোৱা?
f/তুমি তুমি,তুমি লগা
এখনি ছবি মায়াসনা
লাহে লাহে আঁকিছো হিয়াত
খং খাবা নেকি কোৱা?
m/অ কাষতে ৰৈ যদিহে কও
তুমি মোৰ ভালপোৱা
হ' বেয়া পাবা নেকি কোৱা?
খং খাবা নেকি কোৱা?
বেয়া পাবা নেকি কোৱা?
খং খাবা নেকি কোৱা?....অ অ অ
ট্ৰেক আপলোড:BIJIT_শিৱসাগৰীয়া
m/মৰমসনা নিয়ৰ কণা
চটিয়াই দিও তোমালে
সপোনভৰা সৰগী নিশা
আঁকি দিও তোমাৰ দুচকুতে
~~~~~~~~~••••
f/মৰমসনা নিয়ৰ কণা
চটিয়াই দিও তোমালে
সপোনভৰা সৰগী নিশা
আঁকি দিও তোমাৰ দুচকুতে
m/অ লাজে লাজে কও
এটি কথা
প্ৰেমতে পৰিলো তোমাৰ
বেয়া পাবা নেকি কোৱা?
f/বাৰে বাৰে যদিহে কও
মোৰ মনৰে কথা
ভালপাই পেলালো তোমাক
খং খাবা নেকি কোৱা ?
m/অ সাৱটি লৈ যদিহে কও
তুমি মোৰ মৰমী প্ৰিয়া
বেয়া পাবা নেকি কোৱা?
খং খাবা নেকি কোৱা?
f/অ বেয়া পাবা নেকি কোৱা?
খং খাবা নেকি কোৱা?....অ অ
Music Interload(wait few minutes)
m/বুকুভৰা বহু হেঁপাহ
বিলাই দিম তোমাতেই
f/মৰমসনা ৰঙীন ভালপোৱা
সঁপি দিও মাথো তোমাতেই
~~~~~~~~•••••
f/বুকুভৰা বহু হেঁপাহ
বিলাই দিও তোমাতেই
m/সেন্দুৰসনা ভালপোৱা
সিঁচি দিম তোমাক মৰমেৰে
f/মনে মনে কও
এটি কথা অ
প্ৰেমতে পৰিছো তোমাৰ
বেয়া পাবা নেকি কোৱা?
m/তুমি তুমি তুমি লগা
এখনি ছবি মায়াসনা
লাহে লাহে আঁকিছো হিয়াত
খং খাবা নেকি কোৱা ?
f/অ দুহাত মেলি যদিহে কও
আহানা"সাৱটি লও...
বেয়া পাবা নেকি কোৱা?
খং খাবা নেকি কোৱা?
m/বেয়া পাবা নেকি কোৱা?
খং খাবা নেকি কোৱা?...অ অ অ
ধন্যবাদ সহকাৰে !