menu-iconlogo
logo

Xitol Xitol Sawonire

logo
avatar
Dikshu/Zubleelogo
BIJIT_শিৱসাগৰীয়াlogo
Chanter dans l’Appli
Paroles
গীত:শীতল শীতল চাৱনিৰে

কণ্ঠ:দিক্ষু শৰ্মা,জুবিলী বৰুৱা

এলবাম:মৰম

জয় আই অসম

f/শীতল শীতল চাৱনিৰে

কিয়নো চোৱা

পলকে পলকে আহি

দিয়াহি ধৰা

m/মৰম আছেহি ৰৈ

বিচাৰি চোৱাগৈ

জানোছা মোকেই পোৱা

f/শীতল শীতল চাৱনিৰে

কিয়নো চোৱা

পলকে পলকে আহি

দিয়াহি ধৰা

m/মৰম আছেহি ৰৈ

বিচাৰি চোৱাগৈ

জানোছা মোকেই পোৱা

ট্ৰেক আপলোড:BIJIT_শিৱসাগৰীয়া

m/তুমিটো নাজানা বুকুৰ সিপাৰত

ৰাখিছো কত আশা

f/অ লিখোতে লিখিছো এখনি চিঠি

মৰমৰ সকলো ভাষা

m+f/সাধনা উপচি পৰে

জোনৰো জোনাকো সৰে

m/মৰম আছেহি ৰৈ

বিচাৰি চোৱাগৈ

জানোছা মোকেই পোৱা

f/শীতল শীতল চাৱনিৰে

কিয়নো চো চো ও

m+f/পলকে পলকে আহি

দিয়াহি ধৰা

~~~~~~~~~~••••

m/ভাবোতে ভাবিছো সপোনো দেখিছো

বিলাসী বিলাসী আভা

f/অ ৰঙতে ৰাঙলী প্ৰতিটো কোঠালী

প্ৰেমৰে ডোলেৰে গথা

বৰষুণ এজাকে জাকে

উলাহি মন কঁপালে

m/মৰম আছেহি ৰৈ

বিচাৰি চোৱাগৈ

জানোছা মোকেই পোৱা

~~~~~~~~~~~••

f/শীতল শীতল চাৱনিৰে

কিয়নো চোৱা

পলকে পলকে আহি

দিয়াহি ধৰা

m/মৰম আছেহি ৰৈ

বিচাৰি চোৱাগৈ

~~~~~~~~~~~•••