menu-iconlogo
logo

O Morom Tuponi Jabi

logo
avatar
Nilav Nita/Dikshulogo
BIJIT_শিৱসাগৰীয়া💢🎸logo
Chanter dans l’Appli
Paroles
গীত : অ মৰম টোপনি যাবি

কণ্ঠ : দিক্ষু,নীলাভ নীতা

কথা,সুৰ : ৰাগ পৰাগ

সংগীত : পলাশ গগৈ

জয় আই অসম

(ম)-অ মৰম টোপনি যাবি

অ মৰম বুকুত সোমাবি

মৰম আলফুলে

নিচুকাবি মোক

দুটি ওঁঠৰ পৰশে

মৰম চকুৰ পতাতে

মৰম সপোনো আঁকি

দিবি মোক

(পু)-জোন গলা আকাশত

কাৰে সতে উমলিম

তয়ো যদি নৰও

কাষতে অ.....

অ মৰম টোপনি যাবি

অ মৰম বুকুত সোমাবি

মৰম আলফুলে নিচুকাবি মোক !

ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া

(ম)-এটি কথা শুনা নুশুনাকে

দিলোঁ মন তোকে যে মই

দুটি চকুৰ অবুজ ভাষাৰে

কিনো সিঁচি দিলি বুকুতে

এটি কথা,শুনা নুশুনাকে

দিলোঁ মন তোকে যে মই

দুটি চকুৰ,অবুজ ভাষাৰে

কিনো সিঁচি দিলি বুকুতে

(পু)-জোন গলা আকাশত

কাৰে সতে উমলিম

তয়ো যদি নৰও কাষতে অ...…

অ মৰম টোপনি যাবি

অ মৰম বুকুত সোমাবি

মৰম আলফুলে নিচুকাবি মোক !

ট্ৰেক অনুৰোধ তথা লিৰিক্স

যুগুতাইছে Chandamita

(ম)-ভৰষা তোকেলৈয়ে

তয়ে সোণ মৰমৰে

গোপনে তই যি কলি

বুকুতে গোজৰ মাৰিলে

(পু)-ভৰষা তোকেলৈয়ে

তয়ে সোণ মৰমৰে

গোপনে তই যি কলি

বুকুতে গোজৰ মাৰিলে

(ম)-জোন গলা আকাশত

কাৰে সতে উমলিম

তয়ো যদি নৰও কাষতে অ.....

(পু)+(ম)-অ মৰম টোপনি যাবি

অ মৰম বুকুত সোমাবি

মৰম আলফুলে নিচুকাবি মোক !