গীত:সপোন সপোন
কণ্ঠ:জুবিন গাৰ্গ,নীলাভ নীতা
কথা,সুৰ:অজয় ফুকন,অভিজিত ভট্টাচাৰ্য্য
সংগীত ব্যৱস্থাপনা:দ্বীপকেশ বৰগোহাঁই
থিয়েটাৰ সুৰ্য্য ২০২৪-২৫বৰ্ষ
জয় আই অসম
m/সপোন সপোন লগা
এহেজাৰ মৰমে
আপোন আপোন পৰশ
দি যায় হিয়াতে
f/সপোন সপোন লগা
এহেজাৰ মৰমে
আপোন আপোন পৰশ
দি যায় হিয়াতে
m/নীলিম নীলিম মনে
কিয়নো নাচিছে
f/বিলীন,বিলীন হৈ
তোমাকে মাতিছে
m/আহানা(আহানা),কাষলৈ
বোৱানা নদী হৈ
সপোন সপোন লগা
এহেজাৰ মৰমে
আপোন আপোন পৰশ
হিয়াতে সানিলে
ট্ৰেক আপলোড:BIJIT_শিৱসাগৰীয়া
m/নিয়ৰ সনা বাগিছা
ফুলিবা তুমি ফুল হৈ...
গুণগুণাই আহি যাম
তোমাৰ ওঠতে চুমিবলৈ
~~~~~~~~~••••
f/নিলাজ হমে মই
ভোঁমোৰা হবলৈ
পাহীতে লিখি লিখি যাম
তুমি তুমি মোৰ হয়
m/আহানা...,কাষলৈ...
ৰোৱানা... লগৰী হৈ
f/সপোন সপোন লগা
এহেজাৰ মৰমে
আপোন আপোন পৰশ
দি যায় হিয়াতে
ಡ ͜ ʖ ಡಡ ͜ ʖ ಡಡ ͜ ʖ ಡ
m/মধু লগন মধু নিশা
থাকিবা তুমি বাটে চাই...
মনে মনে আহি যাম মই
সাৱটিম হেঁপাহ পলুৱাই
f/বৰষুণ এজাক হমে মই
সৌ আকাশকে কন্দুৱাই
মাতি মাতি আনিমে জোনবাই
থাকিম বুকুতে নিচুকাই
m/আহানা...কাষলৈ
f/কাষলৈ
m/বোৱানা নদী নদী নদী হৈ
f/নৈ হৈ
m/সপোন সপোন লগা
এহেজাৰ মৰমে
আপোন আপোন পৰশ
হিয়াতে সানিলে
ধন্যবাদ সহকাৰে !