গীত:আলি ঢাকি পৰ শালিকী(short কভাৰ)
কথাছবি:তৰামাই(1975)
মূলকণ্ঠ:নমিতা ভট্টাচাৰ্য
অ অ অ অ অ লালা লা লা
অ অ অ অ অ লালা লা লা
অ অ অ অ অ লালা লা লা
অ অ অ অ অ লালা লা লা
সংগীত:ৰমেন বৰুৱা
কথা:ড° নিৰ্মলপ্ৰভা বৰদলৈ
কভাৰ কণ্ঠ:প্ৰিয়ংকা ভৰালী
ND Hermony Version
জয় আই অসম
আলি ঢাকি পৰ শালিকী
অগা দেৱা কৰ শালিকী !
তই জানো জান মোৰ বেথা...
মনৰ সাঁচতীয়া কথা...!
কিহতে ৰাখিছোঁ ঢাকি..!
অ’ অ’ !
আলি ঢাকি পৰ শালিকী
আগা দেৱা কৰ শালিকী !
তই জানো জান মোৰ বেথা...
মনৰ সাঁচতীয়া কথা...!
কিহতে ৰাখিছোঁ ঢাকি..!
ট্ৰেক আপলোড:BIJIT_শিৱসাগৰীয়া
বা লাগিলে..
ছাঁ লৰিলে,
ধাননি উলাহতে হালে জালে !
বা লাগিলে..
ছাঁ লৰিলে,
ধাননি উলাহতে হালে জালে !
ৰূপালি ৰূপহী কঁহুৱা ফুলনি
ৰ’দত তিৰেবিৰাই জ্ব..লে !
কোনে জ্বলাবহি মো..ৰ !
হিয়াৰে ফুলৰে চাকি !
অ’ অ’ !
আলি ঢাকি পৰ শালিকী
অগা দেৱা কৰ শালিকী !
তই জানো জান মোৰ বেথা...
মনৰ সাঁচতীয়া কথা...!
কিহতে ৰাখিছোঁ ঢাকি..!
অ অ অ অ অ লালা লা লা
অ অ অ অ অ লালা লা লা
অ অ অ অ অ লালা লা লা
অ অ অ অ অ লালা লা লা
ধন্যবাদ সহকাৰে !