menu-iconlogo
huatong
huatong
avatar

Tumi Ahiba (Dy Medley Version)

Priyanka Bharalihuatong
BIJIT_শিৱসাগৰীয়াhuatong
Paroles
Enregistrements
গীত:তুমি আহিবা বুলি(কভাৰ)

মূলকণ্ঠ:নীলিমা খাটুন

সংগীত:জ্যোতি প্ৰকাশ দাস

সুৰ:জ্যোতি প্ৰকাশ দাস

কথা:সূর্য কুমাৰ ৰাজা

কভাৰ কণ্ঠ:প্ৰিয়ংকা ভৰালী,বিদিশা

জয় আই অসম

তুমি আহিবা বুলি বাৰে বাৰে মই

তুমি আহিবা বুলি বাৰে বাৰে মই

পদূলি মুখলে চাওঁ

আগচোতালৰ কৰৱী জোপা

আগচোতালৰ কৰৱী জোপা

কিজানি সুবাস পাওঁ..

কিজানি সুবাস পাওঁ.

ট্ৰেক আপলোড:BIJIT_শিৱসাগৰীয়া

বন্ধ ঘৰত মোৰ ছাটি ফুটি মন

আমনি লাগিছে বৰ

কোনেনো বুজিব বুকুৰ বেদনা

নিৰিবিলি জীৱনৰ

আহিবা বুলিয়েই চিনাকি সুৰটি

আহিবা বুলিয়েই চিনাকি সুৰটি

অজানিতে গুণ গুণাওঁ...

অজানিতে গুণ গুণাওঁ

~~~~~~~~±~~••••

তুমিতো নেজানা তোমাৰ বাবে

কৰিছোঁ কত' আয়োজন

পূজাৰ বেদীও আছে হৈ খালী

তোমাক বহু প্ৰয়োজন

আজি কিয় জানো

ভাল লাগি আছে মন

আজি কিয় জানো

ভাল লাগি আছে মন

এই যেন দেখা পাওঁ...

এই যেন দেখা পাওঁ

তুমি আহিবা বুলি বাৰে বাৰে মই

তুমি আহিবা বুলি বাৰে বাৰে মই

তুমি আহিবা বুলি বাৰে বাৰে মই

ধন্যবাদেৰে______

Davantage de Priyanka Bharali

Voir toutlogo

Vous Pourriez Aimer