গীত : তোমাৰে দুচকুতে বৰষে
কণ্ঠ : কৃষ্ণমণি নাথ,মন্দাকিনী
সংগীত : অভিজিত বৰ্মন
এলবাম : সুবাস
জয় আই অসম
M~তোমাৰে দুচকুতে বৰষে
কিনো মৰম আজি হেঁপাহৰে
লাজে লাজে নৰবা দুৰতে
দিয়া ঢালি মৰম হৃদয়ৰে
F~যদি মই দুৰ দেশলে
গুছি যাও
যদি মই দুৰ দেশলে
গুছি যাও
M~অ মৰমৰ জান,মৰমৰ জান
মৰমৰ জান,মৰমৰ জান
যদি যোৱা দুৰ দুৰনিলৈ
অনুভৱী মন যাব ছায়া হৈ
F~তোমাৰে দুচকুতে বৰষে
কিনো মৰম আজি হেঁপাহৰে
ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া
M~আমি যাম মৰমৰ নিলীমলৈ
মৰম ছায়াত মন জুৰাবলৈ
F~ঐ কিনো আৱেগেৰে পৰশে মোক
সপোন লাহিকৈ সজালা মোৰ
M~অ আৱেগে প্ৰেমেৰে জনমেৰে
সজাও তোমাক বুকুৰ মাজত মোৰ
মনে তোমাক উলাহেৰে
সাৱটিলে নতুন সাহে
F~সপোন সজাই হেঁপাহেৰে
যদি হেৰাই পলকতে
M~তোমাৰে দুচকুতে বৰষে
F~কিনো মৰম আজি হেঁপাহৰে
ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া
M~আহা দুয়ো মিলি কৰি যাও পন
দুয়ো দুয়োৰে হম আজীৱন
F~ঐ আকাশ ভৰিছে শৰতৰে ৰঙ
তুমি সিঁচিলা ৰং উপচাই ক্ষন
M~অ প্ৰণয়েৰে ভৰা মোৰো যে মন
আজি মাথো তোমাতে মগন
সৰগী সুখকে ধিয়াই
থাকিম আমি জীৱন জুৰাই
F~মৰমে মোক নিবা ধুৱাই
হৃদয়তে লবা সজাই
M~তোমাৰে দুচকুতে বৰষে
কিনো মৰম আজি হেঁপাহৰে
লাজে লাজে নৰবা দুৰতে
দিয়া ঢালি মৰম হৃদয়ৰে
F~যদি মই দুৰ দেশলে
গুছি যাও
যদি মই দুৰ দেশলে
গুছি যাও
M~অ মৰমৰ জান,মৰমৰ জান
মৰমৰ জান,মৰমৰ জান
যদি যোৱা দুৰ দুৰনিলৈ
অনুভৱী মন যাব ছায়া হৈ
F~তোমাৰে দুচকুতে বৰষে
M~কিনো মৰম আজি হেঁপাহৰে
F~তোমাৰে দুচকুতে বৰষে
M~কিনো মৰম আজি হেঁপাহৰে
F~তোমাৰে দুচকুতে বৰষে
M~কিনো মৰম আজি হেঁপাহৰে