কথাছবি : আশ্ৰয়
কন্ঠ:
দ্বীপেন বৰুৱা, নমিতা ভট্টাচাৰ্য
Cover by Sandeepa Sarma &
Prasanta Rajkhowa
পু:সুধিছা তোমালৈ কিমাননু মৰম
মই মৰমৰ সুগভীৰ নৈ
ম:বহাগৰ বতৰা হৈ
বহাগৰ বতৰা হৈ
তোমাৰে নদীৰে নেদেখোযে ঢৌ
মই নেজানো কেনি যায় বৈ
পু:তোমাৰে বতৰা লৈ
হৃদয়ৰ বতৰা লৈ
Music
ম: আমাৰ মনত আজি
কিহৰেণু ৰাগী
আমাৰ মনত আজি
কিহৰেণু ৰাগী
পু: প্ৰথম কদম ফুলে
পাহি মেলিছে মেলিছে পাহি
পু+ম:সেয়ে মন উৰে প্ৰজাপতি হৈ
পলাশৰ বতৰা লৈ
পলাশৰ বতৰা লৈ
পু:সুধিছা তোমালৈ কিমাননু মৰম
মই মৰমৰ সুগভীৰ নৈ
ম:বহাগৰ বতৰা হৈ
বহাগৰ বতৰা হৈ
Music
ম: তুমি যদি হোৱা নদী বৰষাৰে
তুমি যদি হোৱা নদী বৰষাৰে
পু: তাৰেই সোঁতে সোঁতে
উটি যাবানে কোৱা সঁচাকে
পু+ম: দুয়ো লহৰে লহৰে এক হৈ
ভাল লাগে ভাবিলে ৰৈ
ভাল লাগে ভাবিলে ৰৈ
পু:সুধিছা তোমালৈ কিমাননু মৰম
মই মৰমৰ সুগভীৰ নৈ
ম:বহাগৰ বতৰা হৈ
বহাগৰ বতৰা হৈ
পু:তোমাৰে বতৰা লৈ
হৃদয়ৰ বতৰা লৈ