menu-iconlogo
huatong
huatong
avatar

#Rongot bandhiso ghor - ৰঙত বান্ধিছ ঘৰ

Krishnamoni Nathhuatong
꧁ฬՇןкשรןкɭɭŦןкɭ꧂☞🇦🇪huatong
가사
기록
==বিষ্ণু-ৰাভা-সংগীত==

মূলশিল্পী- কৃষ্ণমনি-নাথ

আপলোড- ৰুবুল-বৰুৱা(অভিনৱ)

ৰঙত বান্ধিছ ঘৰ

মিছা মায়াবাজী গোঁসাই

কোন ৰঙ্গে

ৰঙত বান্ধিছ ঘৰ

মিছা মায়াবাজী গোঁসাই

কোন ৰঙ্গে

দুয়োটা খুটাৰে

যুগৰে মাৰলি

তাতে জিলিকে মন চটি..

দুয়োটা খুটাৰে

যুগৰে মাৰলি

তাতে জিলিকে মন চটি..

ধুনীয়া বৰেঘৰ

যতনে সাজিলি

কৰিলি শুৱনি ভেটি

অ" তোৰ দিনে দিনে জহি পৰিব

~~~Short-Music~~~

অ" তোৰ দিনে দিনে জহি পৰিব

ৰঙা কাৰেঙৰে মাটি কোন ৰঙ্গে

ৰঙত বান্ধিছ ঘৰ

মিছা মায়াবাজী গোঁসাই

কোন ৰঙ্গে

~~~~Music~~~~

ওপৰে থাপিলি

বৰে বন্তি গছা

বাহিৰে জ্বলালি হলা...

ওপৰে থাপিলি

বৰে বন্তি গছা

বাহিৰে জ্বলালি হলা...

মুধৰে ওপৰে শুভে মনি খুঁটা

পিৰালীৰ আগতে মালা..

তিলে তাল বাজিলে

তালে ঢোলে বালে

আজি উৰুকাৰে ৰাতি

অ" তোৰ দিনে দিনে জহি পৰিব

~~~Short-Music~~~

অ" তোৰ দিনে দিনে জহি পৰিব

ৰঙা, কাৰেঙৰে, মাটি কোন ৰঙ্গে

ৰঙত বান্ধিছ ঘৰ

মিছা মায়াবাজী গোঁসাই

কোন ৰঙ্গে...

~~~~Music~~~~

বৰকৈ আহিলে

শিলে বৰষুণে

চাল পৰো পৰো কৰে...

~~~Short-Music~~~

বৰকৈ আহিলে

শিলে বৰষুণে

চাল পৰো পৰো কৰে

মলয়া বা-চাটি

জোৰকৈ বলিলে

চাকি নুমো নুমো কৰে..

দাঁতো স°ৰিলে

চুলি টোৰ পকিলে

বয়সো দিলে টোৰ ভাটি

অ" তোৰ দিনে দিনে জহি পৰিব

~~~Short-Music~~~

তোৰ দিনে দিনে জহি পৰিব

ৰঙা কাৰেঙৰে মাটি কোন ৰঙ্গে

ৰঙত বান্ধিছ ঘৰ

মিছা মায়াবাজী গোঁসাই

কোন ৰঙ্গে

ৰঙত বান্ধিছ ঘৰ

মিছা মায়াবাজী গোঁসাই

কোন ৰঙ্গে

ৰঙত বান্ধিছ ঘৰ

মিছা মায়াবাজী গোঁসাই

কোন ৰঙ্গে

ৰঙত বান্ধিছ ঘৰ

মিছা মায়াবাজী গোঁসাই

কোন ৰঙ্গে

Krishnamoni Nath의 다른 작품

모두 보기logo

추천 내용