menu-iconlogo
huatong
huatong
가사
기록
পুৰুষ: সুধিছা তোমালৈ

কিমান নো মৰম

মই মৰমৰ সুগভীৰ নৈ .. !

নাৰী:ব’হাগৰ বতৰা হৈ

ব’হাগৰ বতৰা হৈ

তোমাৰে নদীৰে

নেদেখোঁ যে ঢৌ

মই নেজানো

কেনি যায় বৈ

পুৰুষ: তোমাৰে বতৰা লৈ..

হৃদয়ৰ বতৰা লৈ

🎵🎵Mmmusic🎵🎵

🔔Follow@ MrinalMedhi

নাৰী:আমাৰ মনত আজি

কিহৰে নো ৰাগী

আমাৰ মনত আজি

কিহৰে নো ৰাগী

পুৰুষ: প্ৰথম কদম ফুলে

পাহি মেলিছে

মেলিছে পাহি

দুয়ো:সেয়ে মন উৰে

প্ৰজাপতি হৈ

পলাশৰ বতৰা লৈ

পলাশৰ বতৰা লৈ

পুৰুষ: সুধিছা তোমালৈ

কিমান নো মৰম

মই মৰমৰ সুগভীৰ নৈ

নাৰী:ব’হাগৰ বতৰা হৈ

ব’হাগৰ বতৰা হৈ

🎵🎵Mmmusic🎵🎵

🔔Follow@ MrinalMedhi

নাৰী:তুমি যদি হোৱা

নদী মৰমৰে

তুমি যদি হোৱা

নদী মৰমৰে

পুৰুষ:তাৰেই সোঁতে সোঁতে

উটি যাবানে কোৱা সঁচাকে

দুয়ো:দুয়ো লহৰে লহৰে

এক হৈ

ভাল লাগে ভাবিলে ঐ

ভাল লাগে ভাবিলে ঐ

পুৰুষ: সুধিছা তোমালৈ

কিমান নো মৰম

মই মৰমৰ সুগভীৰ নৈ ..

নাৰী:ব’হাগৰ বতৰা হৈ ..

ব’হাগৰ বতৰা হৈ ..

Namita Bhattacharya/Dipen Barua의 다른 작품

모두 보기logo

추천 내용