এই বিহুৰে উৰুকা নিশা
এলবাম : এই বিহুৰে উৰুকা নিশা (1985)
কণ্ঠ : ডলী ঘোষ
সুৰ : ড° ভূপেন হাজৰিকা
কথা : ড° ভূপেন হাজৰিকা
Joi aai axom
এই বিহুৰে উৰুকা নিশা
মোৰ কলিজা পৰিছে ক’লা;
চিঠি দিম বুলি, চিঠিও নিদিলা
তুমি পৰদেশী হ’লা।
অ অ তুমি পৰদেশী হ’লা।
এই বিহুৰে উৰুকা নিশা
মোৰ কলিজা পৰিছে ক’লা
Track uploaded BIJIT_শিৱসাগৰীয়া
যোৱাটো উৰুকাত কথাটি দিছিলা,
হ’বা মোৰ মনৰে তৰা;
পষেকৰ পাছতে গুছি যে গলাগৈ,
মনটো হ’ল মোৰ মৰা;
তুমি কিয় যে দূৰলৈ গ’লা?
Track requested Ridip rajbonshi
চাকৰি বিছাৰি চহৰলে গ’লা
চাকৰি বিছাৰি চহৰলে গ’লা
চাকৰি পালা নে নাই ?
আমালে হবলা পাহৰি গলাগৈ
চহৰৰ ৰূপহী পায়;
( ՞ਊ ՞) ( ՞ਊ ՞) ( ՞ਊ ՞
মোৰ ঐ শপতে এখনি চিঠিকে
দিবাচোন অহাতো ডাকত...
তোমাকে নেপালেও তোমাক লগেপামে
চিঠিৰে আখৰৰ উমত;
তুমি কিয় যে নিলিখা হ’লা
চিঠি দিম বুলি, চিঠিও নিদিলা
তুমি পৰদেশী হ’লা।
অ’.. তুমি পৰদেশী হ’লা।