গীত : অ চেনাই নিশা নাহে টোপনি
কণ্ঠ : ডলী ঘোষ
সুৰ : প্ৰশান্ত বৰদলৈ
কথা : প্রশান্ত বৰদলৈ
জয় আই অসম
অ' চেনাই নিশা নাহে টোপনি
অ' চেনাই মনত কি যে আমনি
কিনো এই বতৰ
দূৰণিত ঢোলৰে মাত
অ'...
পথাৰত পেঁপাৰে সুৰ
মন মোৰ উৰা মাৰে
তোৰ কাষলৈ
মন মোৰ উৰা মাৰে
তোৰ কাষলৈ
অ' চেনাই নিশা নাহে টোপনি
অ' চেনাই মনত কি যে আমনি
কিনো এই বতৰ
ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া
অ'..... আ.....
অ'..... অ....
বননিত ফুলিলে
নানা বৰণীয়া ফুল
বতাহেও আনিলে
গোন্ধেনো আমোলমোল
মোৰ পৰাণতে তোৰেনো মৰমৰ বোল
মোৰ পৰাণতে তোৰেনো মৰমৰ বোল
অ'...মোৰ চেনাই !
অ'...মোৰ চেনাই !
ট্ৰেক অনুৰোধ : Papori
কোন দূৰণিৰ এটি বাঁহীৰ মাত
কমোৱা তুলা বোৰ
আৰু কোমল কুঁহিপাত
বনতে মনতে তোৰ ছবিকে চাওঁ
বনতে মনতে তোৰ ছবিকে চাওঁ
অ'...মোৰ চেনাই !
অ'... মোৰ চেনাই !
মন মোৰ উৰা মাৰে তোৰ কাষলৈ
মন মোৰ উৰা মাৰে তোৰ কাষলৈ
অ' চেনাই নিশা নাহে টোপনি
অ' চেনাই মনত কি যে আমনি
কিনো এই বতৰ